• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2023
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা
Share on FacebookShare on Twitter

নতুন দিল্লীৰ AIUৰ তত্বাৱধানত মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ত অলপতে অনুষ্ঠিত হৈ যোৱা উত্তৰ-পূব মাণ্ডলীক আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক দলটোৱে ১২টাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। দলটোৱে স্কিট, ৱেষ্টাৰ্ণ গ্ৰুপ ছং, মিমিক্ৰি আৰু শ্ৰেষ্ঠ থিয়েটাৰ গ্ৰুপৰ প্ৰথম আৰু ৱান এক্ট প্লে, মাইম, ইনষ্ট্ৰুমেণ্টেল পাৰ্কাচন, ইনষ্ট্ৰুমেণ্টেল নন পাৰ্কাচন, স্পট ফটোগ্ৰাফীত দ্বিতীয় পুৰস্কাৰ লাভ কৰে। ইয়াৰ উপৰিও দলটোৱে কুইজ আৰু মিউজিক গ্ৰুপত তৃতীয় পুৰস্কাৰ লাভ কৰে। দলটোৰ নেতৃত্ব বহন কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি আৰু, স্নাতকোত্তৰ ছাত্ৰসন্থাৰ সাংস্কৃতিক শাখাৰ ভাৰপ্ৰাপ্ত শিক্ষক ড° দেৱাশীষ শইকীয়াই।

উক্ত প্ৰতিযোগিতাত অংশ লোৱা অংশগ্ৰহণকাৰী সকল হৈছে- কুৱলী শণ্ডিল্য, কৌশিক দাস, পৰিনীতা গোস্বামী, ৰাজদ্বীপ বৰ্মন, নিলয় দাস, ভূমিকা দাস, নুৰ নবী এছ.কে, উজ্জ্বল কলিতা,প্ৰণৱ শইকীয়া, বিদিশা বৰগোহাঁই, প্ৰিয়ংকা বৈশ্য, প্ৰতিক্ষা শইকীয়া, ইভান বৰুৱা, ৰিদীপ ঠাকুৰীয়া, চিন্ময় শৰ্মা, অশ্বিনী কুমাৰ শৰ্মা, অৰুণাভ শৰ্মা, আশীষ বৰুৱা, ৰাজলক্ষ্মী দিহিঙীয়া, কস্তুৰী শিৱম, মণিষা ডেকা, জাহ্নবী বৰা, ভায়লীনা বৰা, পল্লৱ জ্যোতি বৰা, জুনমনি ৰংপি, দেৱাশীস বৰা, ৰাহুল কলিতা, দিপন্নিতা ৰাজবংশী, জয়শ্ৰী দাস, কৌস্তুভ ৰমেশ দাস, অভিনাশ শইকীয়া, সজাগ বৰা, দীপজ্যোতি নাথ, শ্ৰেয়াশী ডেকা, কৰিশ্মা দেৱী, মৰমী শৰ্মা, নিবেদিতা কলিতা আৰু বিকাশ ৰবি দাস। বঙ্গালোৰ জৈন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত পুৰস্কাৰ বিজয়ী দলসমূহে অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ, পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ, শ্ৰেণীসমূহৰ সচিব ড০ জগদীশ শৰ্মা, ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে সমগ্ৰ দলটোক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

Previous Post

পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী বন কৰ্মচাৰী সন্থাৰ

Next Post

দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে

দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে

গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8