- বড়ো সাহিত্যসভাৰ মূল অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ঘোষণা।
- একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰৱৰ্তন কৰা হ’ব বড়ো মাধ্যম।
- স্নাতকোত্তৰ পৰ্যায়লৈ নিয়া হ’ব বড়ো ভাষাক।
- প্ৰতিখন জিলাতে নিৰ্মাণ কৰা হ’ব বড়ো সাহিত্য সভাৰ কাৰ্যালয়।
- এই কাৰ্যালয়সমূহ ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ’ব।
- ইয়াৰ বাবে প্ৰতি বছৰে অসম চৰকাৰে দিব ৫০ লাখকৈ টকা।
- ইয়াৰ উপৰিও বড়ো সাহিত্য সভালৈ চৰকাৰৰ ফালৰ পৰা ৫ কোটিৰ ঘোষণা।
- আনহাতে ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱ মৰ্মে কাজিৰঙাত নিৰ্মাণ কৰা হ’ব এলিভেটেড কৰিড’ৰ।
- ২২ কিলোমিটাৰ দৈৰ্ঘৰ হ’ব এই এলিভেটেড কৰিডৰ।