• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গৃহিনীলৈ ভাল খবৰ; কমিব খোৱা তেলৰ দাম

নিউজ ডেস্ক by নিউজ ডেস্ক
December 28, 2021
in সংবাদ, অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
গৃহিনীলৈ ভাল খবৰ; কমিব খোৱা তেলৰ দাম
Share on FacebookShare on Twitter

নৱবৰ্ষত ৰাইজলৈ সু-খবৰ। দাম কমিব খোৱা তেলৰ। কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে টুইট কৰি জনালে এই খবৰ।

খবৰ পোৱাৰ পিছতে সাধাৰণ জনতা বিশেকৈ গৃহিনীয়ে পেলাইছে স্বস্তিৰ নিশ্বাস। খোৱা তেল প্ৰস্তুতকৰ্তা বৃহৎ কোম্পানী আদানি উইলমাৰ আৰু ৰুছি চয়াই খোৱা তেলৰ সৰ্বাধিক বজাৰ মূল্য ১০-১৫ শতাংশ হ্ৰাস কৰিব বুলি ঘোষণা কৰে।
বৃহৎ কোম্পানী দুটাৰ এই ঘোষণাই খোৱা তেলৰ বজাৰ মূল্য কিছু হ’লেও হ্ৰাস কৰিব, যাৰ ফলত দাম কমিব খোৱা তেলৰ। আদানি উইলমাৰে সকলো ফৰছুন ব্ৰেণ্ডত, ৰুচি চয়াই মহাকোষ, ছানৰাইজ, ৰুচি গোল্ড আৰু নিউট্ৰেলা ব্ৰেণ্ড, ইমামিয়ে হেল্ডি আৰু টেষ্টি ব্ৰেণ্ডত, বাংগে দালদা, গগন, চাম্বাল ব্ৰেণ্ড আৰু জেমিনীয়ে ফ্ৰিডম চানফ্লাৱাৰ ব্ৰেণ্ডত খোৱা তেলৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ লগতে গকুল, কোফকো আদি ব্ৰেণ্ডেও খোৱা তেলৰ মূল্য নতুন বছৰৰ পৰা হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। খোৱা তেলৰ মূল্য হ্ৰাস কৰিব বুলি ঘোষণা কৰা সিদ্ধান্তই গ্ৰাহকসকলক উৎসাহিত কৰিছে।

Previous Post

দক্ষতা বিকাশৰ নামত বহু হেজাৰ কোটি টকাৰ কেলেংকাৰী অসমতঃ APW

Next Post

দিল্লীত ভয়াৱহ ক’ৰোনা পৰিস্থিতি, Yellow Alert জাৰি কৰিলে কেজৰিৱাল চৰকাৰে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
দিল্লীত ভয়াৱহ ক’ৰোনা পৰিস্থিতি, Yellow Alert জাৰি কৰিলে কেজৰিৱাল চৰকাৰে

দিল্লীত ভয়াৱহ ক'ৰোনা পৰিস্থিতি, Yellow Alert জাৰি কৰিলে কেজৰিৱাল চৰকাৰে

নতুন বছৰত সলনি হ’ব GST ব্যয়

নতুন বছৰত সলনি হ'ব GST ব্যয়

কাইলৈৰ পৰা আৰম্ভ হ’ব গ্ৰন্থমেলা…

কাইলৈৰ পৰা আৰম্ভ হ'ব গ্ৰন্থমেলা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8