ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী কৰ্মচাৰী। ধুবুৰীৰ হাদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক যতীন্দ্ৰ নাথ ৰয়ক গ্ৰেপ্তাৰ।
দুৰ্নীতিৰ বিৰূদ্ধে আমাৰ অভিযান অবিৰত ৰূপত চলি আছে।। আজি ধুবুৰী জিলাৰ ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক শ্ৰী যতীন্দ্ৰ নাথ ৰয়ক অভিযোগ কাৰীৰ পৰা চাৰ্ভিচ বুক আৰু LPC স্থানান্তৰণৰ বাবদ ঘোঁচ দাবী কৰি ধন লওঁতে @DIR_VAC_ASSAM ৰ বিশেষ দলে হাতে-লোঁতে ধৰে।। @AssamPolice pic.twitter.com/6FK6U0ZbzX
— GP Singh (@gpsinghips) August 18, 2022
উৎকোচ লোৱাৰ সময়তে হাতে–লোতে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।