• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নতুন বছৰত সলনি হ’ব GST ব্যয়

নিউজ ডেস্ক by নিউজ ডেস্ক
December 28, 2021
in সংবাদ, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
নতুন বছৰত সলনি হ’ব GST ব্যয়

Tax and GST concept

Share on FacebookShare on Twitter

নৱবৰ্ষৰ পহিলা দিনটো অৰ্থাৎ অহা শনিবাৰৰ পৰা বহু ক্ষেত্ৰত GSTৰ ব্যয় সলনি হ’ব। কিছু ক্ষেত্ৰত জিএছটিৰ ব্যয় হ্ৰাস পা’ব আৰু কিছু ক্ষেত্ৰত বৃদ্ধি। পোছাক, জোতা আদিৰ ওপৰত জিএছটি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি হ’ব। তদুপৰি কপাহী কাপোৰৰ বাহিৰে সকলো কাপোৰৰ ওপৰত ১২ শতাংশ জিএছটি পৰিশোধ কৰিব লাগিব। অৱশ্যে কেন্দ্ৰৰ বিৰোধী দলসমূহে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। তেওঁলোকে ইয়াৰ ফলত দেশত ১ কোটি ৫০ লাখ লোকে চাকৰি হেৰুৱাব পাৰে বুলি আশংকা কৰিছে।
OLA আৰু UBER ৰ দৰে অনলাইন পৰিবহন সেৱাসমূহকো নতুন বছৰত জিএছটিৰ অধীনত সামৰি লোৱা হ’ব। এই কোম্পানীবোৰে নতুন কৰ নিয়মৰ অধীনত ৫ শতাংশ কৰ পৰিশোধ কৰিব লাগিব। ইয়াৰ উপৰিও, সকলোৱে জানে যে SWIGGY আৰু ZOMATOৰ দৰে খাদ্য বিতৰণ কোম্পানীবোৰৰ জিএছটি দাখিলৰ নিয়মত কিছু পৰিৱৰ্তন হ’ব।

Previous Post

দিল্লীত ভয়াৱহ ক’ৰোনা পৰিস্থিতি, Yellow Alert জাৰি কৰিলে কেজৰিৱাল চৰকাৰে

Next Post

কাইলৈৰ পৰা আৰম্ভ হ’ব গ্ৰন্থমেলা…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কাইলৈৰ পৰা আৰম্ভ হ’ব গ্ৰন্থমেলা…

কাইলৈৰ পৰা আৰম্ভ হ'ব গ্ৰন্থমেলা...

মহানগৰত গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ আৰম্ভণি

মহানগৰত গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ আৰম্ভণি

দেশত ৭৮১ জনলৈ বৃদ্ধি পালে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা

দেশত ৭৮১ জনলৈ বৃদ্ধি পালে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8