• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ’ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং

নিউজ ডেস্ক by নিউজ ডেস্ক
January 8, 2022
in সংবাদ, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী
1 min read
0
গুৱাহাটী বিমানকোঠত বিনামূলীয়া হ’ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং
Share on FacebookShare on Twitter

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰা যান-বাহনৰ পাৰ্কিং মূল্যৰ ক্ষেত্ৰত নতুন নীতি-নিয়ম প্ৰনয়ণ কৰিছে বিমানকোঠৰ নতুন পৰিচালনা প্ৰতিষ্ঠান গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডে। নতুন নীতি অনুসৰি ১০ মিনিটৰ ভিতৰত প্ৰবেশ কৰি ওলাই যোৱা যিকোনো বাহনৰ ক্ষেত্ৰত পাৰ্কিং মূল্য লোৱা নহ’ব। অৰ্থাত্ দহ মিনিটলৈ সকলো বাহনৰ প্ৰবেশ, প্ৰস্থান বিনামূলীয়া হ’ব। উল্লেখযোগ্য যে এই নীতি অহা ১০ জানুৱাৰীৰ পৰা বিমানকোঠত কাৰ্যকৰী কৰা হ’ব। অৱশ্যে দহ মিনিটৰ অধিক সময় পাৰ্কিং কৰা বাহনৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই পাৰ্কিং মূল্য বাহাল থাকিব। সকলো ধৰণৰ যান-বাহনৰ বাবে প্ৰথম ১০ মিনিটৰ পৰা ৩০ মিনিটৰ বাবে ৩০ টকা আদায় লোৱা হ’ব। কিন্তু গধুৰ যানবাহন যেনে বাচ, ট্ৰাক, টেম্প’ আদিৰ বাবে ৩০-ৰ পৰা ১২০ মিনিটলৈ ১০০ টকা আৰু লঘু বাহনৰ বাবে ৮০ টকা আদায় দিব লাগিব বুলি কতৃপক্ষই জানিবলৈ দিয়ে। পূৰ্বতে বিমানকোঠত প্ৰবেশ কৰিলেই প্ৰতিখন বাহনে নুন্যতম ৩০ টকা আদায় দিয়াটো বাধ্যতামূলক আছিল। তাৰোপৰি বিমানকোঠৰ চৌহদত নিৰ্দিষ্ট স্থানত নৈশপাৰ্কিঙৰো ব্যৱস্থা কৰা হৈছে। প্ৰতিখন বাহনে তাৰ বাবদ দৈনিক ২০০ টকা আদায় দিব লাগিব বুলি কতৃপক্ষই জানিবলৈ দিয়ে।

Previous Post

দেশত প্ৰতিদিনে ১০ লাখ পৰ্যন্ত লোক আক্ৰান্ত হ’ব ক’ৰোণাত!

Next Post

পাঞ্জাব নেশ্যনেল বেংক ক’ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পাঞ্জাব নেশ্যনেল বেংক ক’ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত

পাঞ্জাব নেশ্যনেল বেংক ক'ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত

ক’ৰোনাৰ বুষ্টাৰ ড’জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা

ক'ৰোনাৰ বুষ্টাৰ ড'জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা

ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ…

ভয়াৱহ ক'ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8