আজি পুনৰ APSC ৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ জামিন আবেদন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
ন্যায়াধীশ ৰুমী কুমাৰী ফুকনে নাকচ কৰিলে প্ৰাক্তন অধ্যক্ষ জনৰ জামিন আবেদন।
জামিন আবেদন খন আছিল ভঙাগড় আৰক্ষী চকীত পঞ্জীয়ন থকা এটা গোচৰৰ ওপৰত যিটো গোচৰ আছিল প্ৰাক্তন APSC ৰ অধ্যক্ষ ৰাকেশ পালে কৰা কৃষি বিভাগৰ নিযুক্তি পত্ৰ অনিয়মৰ ওপৰত।
কিন্তু আজি ষষ্ঠ বাৰৰ বাবে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ জামিন আবেদন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
Photo Credit: Google