• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ!

৯০ জন আবাসীক আন আবাসলৈ স্থানান্তৰ, আৱদ্ধ হৈ আছে বহু সংখ্যক ছাত্ৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
June 18, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ!
Share on FacebookShare on Twitter

মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁও, হাতীগাঁও আদিৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদতো কৃত্ৰিম বান পৰিস্থিতিয় জটিল ৰূপ ধাৰণ কৰিছে। জানিব পৰা মতে, বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাবাস ক্ৰমে – অসম আৰ্হিৰ ৮ আৰু ৯ নং ছাত্ৰাবাসৰ বানত আবদ্ধ হৈ থকা প্ৰায় ৯০ জন ছাত্ৰক ক্ৰমে আৰ চি চি ১ , ২ , ৩ আৰু ৪ নং ছাত্ৰাবাসলৈ বুধ আৰু বৃহস্পতিবাৰে স্থানান্তৰ কৰা হয়। সমান্তৰাল ভাৱে নিকটবৰ্তী জিলা কেইখনৰ ছাত্ৰ সকলক বান পৰিস্থিতিৰ উন্নতি নোহোৱা পৰ্যন্ত নিজ ঘৰলৈ যাবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰামৰ্শ আগবঢ়াইছে বুলি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতা আৰু সাধাৰণ সম্পাদক বিকি শৰ্মাই জানিবলৈ দিছে।

আনহাতে, সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে জানিবলৈ দিয়া মতে এতিয়াও চৌহদৰ দুটা ছাত্ৰীনিবাস ক্ৰমে অসম আৰ্হিৰ ১০ নং আৰু আৰ চি চি ৫ নং আবাসত এতিয়াও জলবন্দী হৈ আছে প্ৰায় বহুকেইগৰাকী ছাত্ৰী। ইতিমধ্যে দুয়োটা আবাসলৈ যোৱা একমাত্ৰ পথচোৱা সম্পূৰ্ণ বানৰ কবলত পৰাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ পৰিছে। আনকি বিগত দুটা দিনত দুয়োটা ছাত্ৰীনিবাসৰ আবাসীসকলক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত গাড়ীৰে পানী যোগান ধৰিব লগীয়া হয়। সম্প্ৰতি দুয়োটা ছাত্ৰীনিবাস পানীৰ মাজত আছে আৰু বৰষুণৰ পৰিমাণ বৃদ্ধি পালে দুয়োটা আবাসৰ ভিতৰলৈ পানী সোমোৱাটো নিশ্চিত। ইফালে বিশ্ববিদ্যালয়ত আন আন ছাত্ৰীনিবাস সমূহ আবাসীৰে ভৰি থকাত তেওঁলোকক ছাত্ৰৰ দৰে আন আবাসলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থা সমস্যাৰ সন্মুখীন হোৱা বুলি সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে জানিবলৈ দিছে।

উল্লেখযোগ্য যে প্ৰায় ডেৰমাহ পূৰ্বেও সেই আবাস চাৰিটা কৃত্ৰিম বানৰ কবলত পৰাত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিশ্ববিদ্যালয় চৌহদলৈ আহি বান পৰিস্থিতি পৰিদৰ্শন কৰি কৃত্ৰিম বানপানীৰ সমস্যাটোৰ সমাধানৰ আশ্বাস দিছিল। আনকি জলসম্পদ মন্ত্ৰীয়ে পৰিদৰ্শন কৰি যোৱাৰ পাছদিনাই জলসম্পদ বিভাগৰ পূব গুৱাহাটী সংমণ্ডলৰ ফালৰ পৰা কেবাদিনো ধৰি যুদ্ধকালীন তৎপৰতাৰে জালুকবাৰী – সাতমাইল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ দাঁতিত নলা খান্দি আবদ্ধ পানী সমূহ উলিয়াই দিয়াত বান সমস্যাটোৰ সাময়িক ভাৱে সমাধান হৈছিল । কিন্ত সেই উলিয়াই দিয়া পানী সমূহ পোনে পোনে ব্ৰহ্মপুত্ৰলৈ বৈ নোযোৱাত আৰু বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে পুনৰ জলমগ্ন হৈ পৰে সেই চাৰিটা আবাস। যাৰ বাবে স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ সংলিষ্ট সকলো বিভাগ – কৰ্তৃপক্ষক শীঘ্ৰে বান সমস্যাটোৰ সমাধানৰ বাবে আহ্বান জনাইছে। এইক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ তৎপৰতা কামনা কৰিছে।

Previous Post

অসম বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ টপচেম চিমেণ্টৰ ৩১ লাখ টকা দান

Next Post

কৃত্রিম বানৰ কবলত পৰা গুৱাহাটীৰ ৰাইজৰ কাষত ‘এৰিডা’

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কৃত্রিম বানৰ কবলত পৰা গুৱাহাটীৰ ৰাইজৰ কাষত ‘এৰিডা’

কৃত্রিম বানৰ কবলত পৰা গুৱাহাটীৰ ৰাইজৰ কাষত 'এৰিডা'

উচ্চতম ন্যায়ালয়ৰ ৰায়-CBSEৰ নিৰ্দেশনাৰ ভিত্তিত মহানগৰীৰ স্কুলবাছৰ সুৰক্ষা পৰ্যবেক্ষণ পৰিবহণ বিভাগৰ

উচ্চতম ন্যায়ালয়ৰ ৰায়-CBSEৰ নিৰ্দেশনাৰ ভিত্তিত মহানগৰীৰ স্কুলবাছৰ সুৰক্ষা পৰ্যবেক্ষণ পৰিবহণ বিভাগৰ

অগ্নিবীৰসকলৰ বাবে কেইবাটাও সমৰ্থনমূলৰ ব্যৱস্থা ঘোষণা কৰিছে চৰকাৰে

অগ্নিবীৰসকলৰ বাবে কেইবাটাও সমৰ্থনমূলৰ ব্যৱস্থা ঘোষণা কৰিছে চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8