• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘BTCত কাম নাই প্ৰমোদ বড়োৰ; খাৰিগাঁৱত যোৱাৰ সময়ত এবাৰ, অহাৰ সময়ত এবাৰ কমলা কিনি ৰাস্তাৰ মানুহক কমলা দিয়েঃ হাগ্ৰামা মহিলাৰী

Manoranjan Majumder by Manoranjan Majumder
February 10, 2021
in অসম, সংবাদ
1 min read
0
হাগ্ৰামা মহিলাৰী
Share on FacebookShare on Twitter

কদমতলত ১৯ সংখ্যক বড়োলেণ্ডে যিটো উদযাপন কৰিলো সেইটো সফল বুলি ক’ব পাৰো।

মুঠতে সেই চুক্তিৰ সময়ত যিমান দল-সংগঠনে আমাক সমৰ্থন কৰিছিলে সেই সংগঠনসমূহক আজি মাতিছো।

‘আমি চৰকাৰ গঠন নকৰিলে কোনে কৰিব?’- বিধানসভা নিৰ্বাচনত চৰকাৰ গঠন হ’ব বুলি হুংকাৰ প্ৰদান কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰদান কৰিলে হাগ্ৰামা মহিলাৰীৰ।

‘প্ৰমোদ বড়োৱে চৰকাৰ চলোৱা নাই, হিমন্ত বিশ্ব শৰ্মাইহে চৰকাৰ চলাই আছে, প্ৰমোদ বড়ো নামতহে প্ৰধান, চৰকাৰ চলাই আছে হিমন্তই।’- এই তীৰ্যক মন্তব্য প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে।

‘BTCত একো কাম নাই প্ৰমোদ বড়োৰ।

খাৰিগাঁৱত যোৱাৰ সময়ত এবাৰ, অহাৰ সময়ত এবাৰ কমলা কিনি ৰাস্তাৰ মানুহক কমলা বিতৰণ,

সেইটোৱে তাৰ কাম।’- সাংবাদিকে প্ৰমোদ বড়োয়ে কি কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত বড়োক উদ্দেশ্যি এই হাস্যকৰ মন্তব্য প্ৰদান কৰে মহিলাৰীয়ে।

https://headline8.in/as/wp-content/uploads/2021/02/WhatsApp-Video-2021-02-10-at-4.38.37-PM.mp4

বিজেপিয়ে যি দৰে সকলো সভাই সমিটিয়ে ভাৰত মাতা কি জয় ধ্বনি দিয়ে তেনেদৰে কিন্তু আমি বড়োলেণ্ড মাতা কি জয় দিম এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

বাক্সাৰ বৰমাৰ কদমতলত অনুষ্ঠিত হোৱা এক সভাত এইদৰে মন্তব্য আগবঢ়াই হাগ্ৰামা মহিলাৰীয়ে।

মন্ত্ৰী হিমন্তও বিটিআৰৰ বিষয়ে ভালদৰে নাজানে সেয়ে কামো ভালদৰে হোৱা নাই।

অহা নিৰ্বাচনত বিপিএফক বাদ দি কোনো এটা দলেই চৰকাৰ গঠন কৰিব নোৱাৰে বুলি কোৱাৰ ওপৰত সাংবাদিকে প্ৰশ্ন কৰাত পুনৰ কয় যে, বিপিএফক বাদ দি সম্ভৱেই নহয়।

Photo: Headline8

 

Tags: AssamBTCHagrama MohilariPramod Bodoঅসমহাগ্ৰামা মহিলাৰী
Previous Post

অস্কাৰ এৱাৰ্ড-২০২১: শীৰ্ষ ১০ ত নিৰ্বাচিত একতা কাপুৰৰ ছবি ‘বিট্টু’

Next Post

নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডলৈ ১০০ কোটি টকাৰ অনুদান কেন্দ্ৰীয় চৰকাৰৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডলৈ ১০০ কোটি টকাৰ অনুদান কেন্দ্ৰীয় চৰকাৰৰ

নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডলৈ ১০০ কোটি টকাৰ অনুদান কেন্দ্ৰীয় চৰকাৰৰ

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে পুনৰ দিছপুৰ দখল কৰিব পাৰিব নে কংগ্ৰেছে?

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে পুনৰ দিছপুৰ দখল কৰিব পাৰিব নে কংগ্ৰেছে?

LPG Gas

LPG মূল্যঃ ১ জানুৱাৰীৰ পৰা আজিপৰ্যন্ত কিমান বাঢ়িছে গেছৰ দাম? আপুনি জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8