দেশত ক’ৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ হাৰিয়ানাত সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰা হৈছে।
শুকুৰবাৰে হাৰিয়ানা চৰকাৰে ৯ খন জিলাত সাপ্তাহান্তিক লকডাউনৰ ঘোষণা কৰিছিল।
3 मई दिन सोमवार से 7 दिन के लिए सारे हरियाणा में पूर्ण लॉक डाउन घोषित ।
— Anil Vij Ex – Home Minister Haryana, India (@anilvijminister) May 2, 2021
ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌ ৰোধ কৰিবলৈ হাৰিয়ানা চৰকাৰে ৩ মে’ৰ পৰা ৭ দিনৰ বাবে সমগ্ৰ ৰাজ্যতে লকডাউনৰ ঘোষণা কৰিছে।
हरियाणा में लॉक डाउन को सफल बनाने के लिए जनता से अपील । घर पर रहिए, सुरक्षित रहिए और कोरोना को हराएं ।
— Anil Vij Ex – Home Minister Haryana, India (@anilvijminister) May 3, 2021
Photo Credit:Google