• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মানিমুনি খালে নহয় এইকেইটা ৰোগ!

নিউজ ডেস্ক by নিউজ ডেস্ক
September 30, 2021
in অসম, জীৱনশৈলী, সংবাদ
1 min read
0
মানিমুনি খালে নহয় এইকেইটা ৰোগ!
Share on FacebookShare on Twitter

মানিমুনি শাকৰ লগত আমি সকলোৱে পৰিচিত।
আমাৰ গ্ৰাম্য অঞ্চলত সহজেই হোৱা, ঘৰৰ বাৰীত নিজেই হোৱা এই শাকবিধ প্ৰায়সংখ্যকৰে প্ৰিয়।
এজাক বৰষুণৰ পিছতেই আনুভূমিকভাৱে গজি উঠা এই শাকবিধৰ বহুতো ঔষধি গুণ আছে।
মানিমুনি দুই প্ৰকাৰৰ আছে। সৰু মানিমুনি (Hydrocotyle sibthorpioides)আৰু বৰ মানিমুনি (Hydrocotyle Asiatica )
মানিমুনি কেঁচা চাটনি, ভাজি, আঞ্জা বনাইও খাব পাৰি।

মানিমুনিৰ উপকাৰিতাঃ

মানিমুনি খালে যৌৱন কাল দীঘলীয়া কৰে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।
মানিমুনিয়ে মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ কৰে৷
মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।
মানিমুনি হেপাটাইটিচ-বি ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয় ৷
মানিমুনি এন্টিপেৰাচাইটিক- চিষ্টচমিঅ’চিচৰ চিকিৎসাত ব্যৱাৰ হয় ৷
মানিমুনি কাঁহ,জ্বৰ,টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ৷
মানিমুনিয়ে স্নায়ুতন্ত্ৰৰ উপকাৰিতা- মগজুৰ সতেজতা,সক্ৰিয়তা,স্মৃতিশক্তি বঢ়ায় ৷
মানিমুনি বাৰ্ধক্যজনিত এলঝেইমাৰৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়, লগতে আয়ুস বঢ়ায় ৷
মানিমুনিয়ে আভোক দূৰ কৰে, ই লিভাৰৰ বাবে অতিকৈ উপযোগী।
মানিমুনিয়ে চৰ্মৰোগ- চ’ৰিয়’চিচ, খৰ, খহু,খজুৱতি,এলাৰ্জি, লুপাচ আদি নিৰাময় কৰে।
মানিমুনিয়ে মহিলাৰ জৰায়ুত ঘাঁ, বগাস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ্য ৷
মানিমুনিয়ে পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত সহায় কৰে।
মানিমুনিয়ে কম চুলি থকা লোকৰ চুলি গজাত সহায় কৰে আৰু চুলি সৰা ৰোধ কৰে।
মানিমুনি খালে হজম শক্তি বৃদ্ধি হয়।
মানিমুনিৰ ৰসে অৰুচি গুচাই।
মানিমুনিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, টোপনি স্বাভাৱিক কৰে, মানসিক উত্তেজনা নোহোৱা কৰে।
মানিমুনিয়ে গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত ৰোগৰ বাবে এতিকৈ উপকাৰী।
মানিমুনি পুৰণি হাওঁফাওঁৰ ৰোগ, পুৰণি কাঁহ ৰোগীৰ বাবে উপকাৰী।

Tags: মানিমুনিস্বাস্থ্য
Previous Post

শুৱালকুছিৰ ৰাজপথত উদ্ধাৰ মৃতদেহঃ হত্যাৰ সন্দেহ

Next Post

মহানগৰীত বিস্ফোৰক সামগ্ৰীৰ বেহাঃ ১৫ কোটি টকাৰ জিলেটিন ষ্টিক জব্দ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মহানগৰীত বিস্ফোৰক সামগ্ৰীৰ বেহাঃ ১৫ কোটি টকাৰ জিলেটিন ষ্টিক জব্দ

মহানগৰীত বিস্ফোৰক সামগ্ৰীৰ বেহাঃ ১৫ কোটি টকাৰ জিলেটিন ষ্টিক জব্দ

আজিৰ পৰা খুলিল বিদ্যালয়সমূহঃ নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম আৰম্ভ

আজিৰ পৰা খুলিল বিদ্যালয়সমূহঃ নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠ্যক্ৰম আৰম্ভ

স্মৃতি মান্ধানাৰ প্ৰথমটো চেঞ্চুৰীঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে স্মৃতিয়ে ৰচিলে অভিলেখ

স্মৃতি মান্ধানাৰ প্ৰথমটো চেঞ্চুৰীঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে স্মৃতিয়ে ৰচিলে অভিলেখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8