সুৰাপান কৰা অথবা মদ খোৱাটো স্বাস্থ্যৰ বাবে অপকাৰী।
ইয়াৰ পাছতো ৰেড ৱাইন বহু লোকে স্বাস্থ্যৰ পক্ষে ভাল বুলি কয়।
- ৰেড ৱাইনে শৰীৰৰ চৰ্বী কম কৰে।
- ৰেড ৱাইনে মস্তিষ্কক আৰাম দিয়ে আৰু তীক্ষ্ণবুদ্ধিৰ কৰি তোলে।
- ৰেড ৱাইনে বায়ু প্ৰদূষণৰ পৰা হ’ব পৰা হৃদৰোগৰ পৰা আৰাম দিয়ে।
- ৰেড ৱাইনে মধুমেহ ৰোগ নিৰাময় কৰে।
- শীত নিবাৰণ কৰিবলৈ ৰেড ৱাইন উপকাৰী।
- ৰেড ৱাইন নিৰ্দিষ্ট মাত্ৰাত সেৱন কৰিলে টোপনি ভাল হয়।
- ৰেড ৱাইন এলজাইমাৰ ৰোগীৰ বাবে উপকাৰী।
- ৰেড ৱাইনে ছাল সতেজ কৰি ৰাখে।
- ৰেড ৱাইনে বাৰ্দ্ধক্যজনিত চাপৰ পৰিব নিদিয়ে।
- ৰেড ৱাইনে স্বাস্থ্য ঠিক কৰি ৰাখে।
- ৰেড ৱাইনে চুলি ভাল কৰি ৰখাত সহায় কৰে।