- স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা স্থগিত।
- ১৯ জুলাইত অনুষ্ঠিত হোৱাৰ কথা আছিল স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা।
- ৰাজ্যৰ বান পৰিস্থিতি জটিল হোৱাৰ বাবে পিছুৱাই দিয়া হৈছে এই পৰীক্ষা।
- এক জাননীৰ জৰিয়তে এই কথা ঘোষণা।
- অহা ৩ জুলাইত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।