দেশত ভয়াবহ ৰূপত বৃদ্ধি হৈছে ক’ৰোনা সংক্ৰমণ।
দৈনিক ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হব লগীয়া হৈছে বহু লোক।
সেয়েহে আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে দিল্লীস্থিত এইমছত চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লবলৈ উপস্থিত হয়।
হাস্পতালত উপস্থিত হৈয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে PPE কিট পৰিধান কৰি চিকিৎসাধীন হৈ থকা ৰোগী সমূহৰ স্বাস্থ্যৰ বুজ লয়।
Visited #AIIMS Trauma Centre, Delhi, today.
Yes times are tough, but together we shall defeat #COVID19GoI stands resolute to further strengthen our healthcare infra, from augmenting beds, ensuring uninterrupted supply of oxygen & therapeutics to expanding basket of vaccines. pic.twitter.com/hWwVFNCr9b
— Dr Harsh Vardhan (Modi Ka Pariwar) (@drharshvardhan) April 16, 2021
উল্লেখ্য যে বিগত সময়চোৱাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিভিন্ন হাস্পতালত উপস্থিত থাকি ক’ৰোনা আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক সকলৰ পৰাও কভিড পৰিস্থিতিৰ বুজ লৈছে বুলি জানিব পৰা গৈছে।
Photo Credit :Google