• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৫০ বছৰীয়া হ’ল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 18, 2022
in সংবাদ, অসম, মনোৰঞ্জন
1 min read
0
৫০ বছৰীয়া হ’ল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ
Share on FacebookShare on Twitter

আজি ৫০ বছৰত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পী অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। ১৯৭২চনৰ ১৮ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল অসমবাসীৰ হাৰ্টথ্ৰ’বজনে।

শিল্পীগৰাকীৰ অসংখ্য অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো বিশেষভাৱে উদযাপন কৰিবলৈ প্ৰস্তুতি কৰিছে। প্ৰতিবছৰৰ দৰে অনুৰাগীসকলে এই দিনটোক বিশেষ কৰিবলৈ যত্ন কৰে। আনহাতে, জুবিন ফেন ক্লাবে প্ৰতিবছৰে বিভিন্ন কাৰ্যসূচীৰে মৰমৰ শিল্পীৰ জন্মদিনটো পালন কৰি আহিছে। এই বৰ্ষত যোৰহাটত জুবিনৰ জন্মদিন বৃহৎ আকাৰে পালন কৰাৰ বাবে আয়োজন কৰিছে জুবিন ফেন ক্লাবে। ‘অল আছাম জুবিন গাৰ্গ ফেন ক্লাব’এ আজি যোৰহাটৰ কোৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন কৰিব। এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব। এক উৎসৱ মুখৰ পৰিৱেশৰ আয়োজন কৰা হৈছে তেওঁৰ এই বিশেষ দিনটো।

জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ ৫০তম জন্মদিনক সোণালী বৰ্ষ হিচাপে উদযাপন কৰিব। সেয়েহে ৫০ পাউণ্ড অৰ্থাৎ ২২.৬ কেজি ওজনৰ এটা কেক কটা হ’ব এই বিশেষ দিনটোত। জুবিনে নিজে ৫০ পাউণ্ডৰ কেকটো কাটিব আৰু আয়োজিত জন্মদিন উদয়াপন কৰিব।

আজিৰ জন্মদিনৰ দিনাখনেই জুবিন গাৰ্গৰ নতুন গীত ‘জিলিকি জিলিকা’ মুক্তি পাব। আগন্তুক ‘ড৹ বেজবৰুৱা ২’ ছবিৰ এই গীতটিত কন্ঠদান কৰিছে জুবিন গাৰ্গে। নিজৰ জন্মদিনত এই নতুন গীতেৰে তেওঁ নিজৰ অনুৰাগীসকলক আগবঢ়াব এক উপহাৰ। লগতে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানত থকা তেওঁৰ অনুৰাগীসকলে বিভিন্ন ধৰণে নিজৰ ভাল লগা শিল্পীজনৰ জন্মদিন পালন কৰিব।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ “বীৰ লাচিত বৰফুকন” গীত মুকলি

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ “বীৰ লাচিত বৰফুকন” গীত মুকলি

দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ "বীৰ লাচিত বৰফুকন" গীত মুকলি

১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য

মিৰ্জাৰ নৰ্থ ইষ্ট স্পৰ্টচ একাডেমীৰ সাফল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8