• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ! দিল্লীত Orange Alert

নিউজ ডেস্ক by নিউজ ডেস্ক
June 7, 2022
in সংবাদ, অসম, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ! দিল্লীত Orange Alert
Share on FacebookShare on Twitter

আগন্তুক দিনবোৰত উত্তৰ-পূব অংশত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। ইতিমধ্যে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত সতৰ্কবাণী জাৰি কৰা হৈছে। ইয়াত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আনহাতে, দিল্লীত প্ৰচণ্ড ৰ’দ, প্ৰচণ্ড গৰম আৰু তাপ প্ৰবাহে স্বাভাৱিক জীৱনক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে। দিল্লীত Orange Alert, হাৰিয়ানা, পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ কিছু অংশত প্ৰচুৰ তাপ প্ৰবাহৰ পৰিস্থিতি বিৰাজ কৰি আছে। দিল্লীত তাপমাত্ৰা ৪৪ ৰ পৰা ৪৭ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী চাৰি দিনৰ বাবে বতৰ একে থাকিব পাৰে বুলি জনাইছে।

ভাৰতীয় বতৰ বিজ্ঞানৰ মতে, সমগ্ৰ উত্তৰ ভাৰতত প্ৰচণ্ড গৰমৰ লগতে বিভিন্ন স্থানত ধুলিৰ ধুমুহা, পাতল বৰষুণ আৰু আৰ্দ্ৰতাৰ সম্ভাৱনা আছে। আনহাতে উত্তৰ-পূব অংশত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে।

Previous Post

ছচিয়েল মিডিয়াত আগতীয়াকৈ মেট্ৰিকৰ ৰিজাল্ট ভাইৰেল নকৰিব! SEBAৰ সকিয়নি

Next Post

মেট্ৰিকৰ ফলাফলঃ শীৰ্ষস্থানত জ্বিলিকিল লখিমপুৰৰ ৰক্তোত্‍পল, শীৰ্ষ ১০ত কোন কোন…

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
মেট্ৰিকৰ ফলাফলঃ শীৰ্ষস্থানত জ্বিলিকিল লখিমপুৰৰ ৰক্তোত্‍পল, শীৰ্ষ ১০ত কোন কোন…

মেট্ৰিকৰ ফলাফলঃ শীৰ্ষস্থানত জ্বিলিকিল লখিমপুৰৰ ৰক্তোত্‍পল, শীৰ্ষ ১০ত কোন কোন...

অৰুণাচলত ভয়াৱহ ভূমিস্খলনঃ শিল-বালিয়ে পুতিলে কেইবাখনো বাহন

অৰুণাচলত ভয়াৱহ ভূমিস্খলনঃ শিল-বালিয়ে পুতিলে কেইবাখনো বাহন

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল নাচিকেতা!

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল নাচিকেতা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8