স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক’লে যে, ৰাজ্য চৰকাৰে এতিয়াও লকডাউনৰ কথা চিন্তা কৰা নাই, কাৰণ পৰিস্থিতি বৰ্তমান নিয়ন্ত্রণ হৈ আছে ৷
চৰকাৰে ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
অসমত স্থিতি নিয়ন্ত্রণত আছে।
আমি প্ৰতিদিনে ৫০-৭০জন লোক আক্রান্ত হোৱাৰ খবৰ পাই আছো,
সেয়া ৰে’ল ষ্টেচন আৰু বিমান বন্দৰতহে। গতিকে চিন্তাৰ কোনো কাৰণ নায়।
যদি আমি ৰে’ল ষ্টেচন আৰু বিমান বন্দৰত ভালদৰে পৰীক্ষণ কৰি থাকো তেতিয়া সকলো নিয়ন্ত্রণত থাকিব।
Photo: Google