সোমবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দ্বিতীয় পৰ্যায়ৰ ক’ভিড ১৯ ভেকচিনৰ প্ৰথমটো পালি ল’লে।
GMCHত ভেকচিন লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য সোমবাৰৰ পৰা দেশত আৰম্ভ হৈছিল ক’ভিড ১৯ ৰ দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভেকচিনৰ প্ৰথমটো পালি লোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মায়েও ল’লে কৰ’ণাৰ ভেকিচিন।
GMCHৰ অধ্যক্ষ অচ্যুত বৈশ্য আৰু অধীক্ষক অভিজিত শৰ্মাৰ উপস্থিতিত এই টিকা গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।
As people above 45 years with co-morbidities are eligible in phase 2, I took my first dose of #COVID19Vaccine at GMCH today. All those under this category are advised to take their doses.
Across Assam, our hospitals are geared up for for speedy roll out of vaccination. pic.twitter.com/arpafGqpHr
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) March 1, 2021
Photo: Twitter