ৰাজ্যক এতিয়া ক’ভিড-১৯ৰ ঢৌৱে স্পৰ্শ কৰিছে।
দিনক দিনে বৃদ্ধি হৈ গৈ আছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
ক’ভিড ভেকচিনৰ প্ৰথমটো পালি গ্ৰহণ কৰাৰ পিছত বৃহস্পতিবাৰে ক’ৰোনা ভেকচিনৰ দ্বিতীয়টো পালি গ্ৰহণ কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মই সকলোকে অনুৰোধ জনাইছো যে, যিসকল ক’ৰোনা ভেকচিনেচনৰ যোগ্য তেওঁলোকে সময়ত নিজৰ পালি গ্ৰহণ কৰক।
I took my second dose of #COVID19Vaccine vaccine today!
I request all those who are eligible for vaccination to take their dose on time. #Assam is all geared up to ensure vaccination to all eligible. Together, we shall win this battle against pandemic.#IndiaFightsCOVID19 pic.twitter.com/Spu7v3HWLE
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) April 15, 2021
টুইটাৰযোগে এই কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্বই।
Photo: Twitter