• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নগাঁৱৰ চি আৰ পি এফ কেম্প কভিডৰ হটস্পট! ১৫ জনৰ দেহত ক’ভি়ড

নিউজ ডেস্ক by নিউজ ডেস্ক
January 12, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
নগাঁৱৰ চি আৰ পি এফ কেম্প কভিডৰ হটস্পট! ১৫ জনৰ দেহত ক’ভি়ড
Share on FacebookShare on Twitter

নগাঁৱৰ চি আৰ পি এফ কেম্পত ক’ৰোনাৰ সংহাৰী ৰূপ ৷ এক প্ৰকাৰে ক’ভিডৰ হটস্পটলৈ পৰিণত হৈছে নগাঁৱৰ কাটিমাৰীস্থ চি আৰ পি এফৰ ৩৪নং বেটেলিয়ান শিবিৰ। চি আৰ পি এফৰ শিবিৰটোৰ ১৫জনকৈ জোৱানৰ দেহত ধৰা পৰিছে ক’ভিড ৷ যোৱা দুই-তিনিদিন ধৰি জ্বৰ-কাহত ভূগি আছিল চি আৰ পি এফৰ জোৱানকেইজন। ইয়াৰ পিছতে মঙ্গলবাৰে কেম্পটোৰ বহুকেইগৰাকী জোৱানক আৰ-টি পি চি আৰ পৰীক্ষা কৰা হয়। আৰ-টি পি চি আৰ টেষ্টত ১৫জনকৈ জোৱানৰ দেহত ধৰা পৰে ক’ৰোনাৰ সংক্ৰমণ। ইতিমধ্যে আক্ৰান্ত জোৱান কেইজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বৰ্তমানেও আন বহু জোৱানৰ আৰ-টি পি চি আৰ টেষ্টৰ ফলাফল আহিবলৈ বাকী। সেয়েহে সংক্ৰমিত জোৱানৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰিছে নগাঁৱৰ স্বাস্থ্য বিভাগে।

Previous Post

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আক্ৰান্ত হ’ল ক’ৰোনাত

Next Post

অসম আৰক্ষীৰ সাজত লাভলীনা বৰগোহাঁই

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসম আৰক্ষীৰ সাজত লাভলীনা বৰগোহাঁই

অসম আৰক্ষীৰ সাজত লাভলীনা বৰগোহাঁই

নাগালেণ্ডৰ পাছত মণিপুৰতো বৃদ্ধি হ’ল আফস্পাৰ ম্যাদ

নাগালেণ্ডৰ পাছত মণিপুৰতো বৃদ্ধি হ’ল আফস্পাৰ ম্যাদ

ICUত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

ICUত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8