• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এইবাৰ HSLC-HS পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত: ৰণোজ পেগু

নিউজ ডেস্ক by নিউজ ডেস্ক
January 3, 2022
in সংবাদ, অসম, গুৱাহাটী, ৰাজনীতি
1 min read
0
এইবাৰ HSLC-HS পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত: ৰণোজ পেগু
Share on FacebookShare on Twitter

“ছাত্ৰ-ছাত্ৰীসকলে টিকাকৰণ অভিযানত ইতিবাচক সঁহাৰি প্ৰদান কৰিছে। আজিৰে পৰা অসমত টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰা হৈছে আৰু ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহৰ ভিতৰত টিকাকৰণৰ কাৰ্য সম্পূৰ্ণ হ’ব” নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁৱৰ ৫খনকৈ বিদ্যালয়ৰ ১৩ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত টিকাকৰণ অনুষ্ঠানত ভাগ লোৱা শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, এইবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত। আজিৰে পৰা আৰম্ভ হোৱা এই টিকাকৰণ অভিযানে ৯ জানুৱাৰীৰ ভিতৰত নগাঁৱৰ ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব। নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিভাৰে, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাটৰ আৰু নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰৰ লগতে জিলাৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া সমূহে অংশগ্ৰহণ কৰে।

Previous Post

দূৰ্ঘটনাবিহীন মহানগৰঃ মুখ্যমন্ত্ৰী তথা মহানগৰ প্ৰশাসনলৈ অভিনন্দন

Next Post

নতুন বছৰটোত ‘শক্তিশালী অসম’ হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নতুন বছৰটোত ‘শক্তিশালী অসম’ হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ

নতুন বছৰটোত 'শক্তিশালী অসম' হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ

আকৌ অৱনতি ঘটিব নেকি ক’ভিড পৰিস্থিতিৰ? স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত

আকৌ অৱনতি ঘটিব নেকি ক'ভিড পৰিস্থিতিৰ? স্বাস্থ্যমন্ত্ৰীয়ে দিলে ইংগিত

‘এফ ফৰ ফৰেষ্ট, এফ ফৰ ফিটনেছ’ বাৰ্তা লৈ চিলা ৰিজাৰ্ভ ফৰেষ্টত ‘ট্ৰেক’ ফ্লেগ অফ

'এফ ফৰ ফৰেষ্ট, এফ ফৰ ফিটনেছ' বাৰ্তা লৈ চিলা ৰিজাৰ্ভ ফৰেষ্টত 'ট্ৰেক' ফ্লেগ অফ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8