• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 21, 2023
in উত্তৰ পূৰ্বাঞ্চল, ক্ৰাইম, সংবাদ
1 min read
0
মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
Share on FacebookShare on Twitter

মণিপুৰৰ ইম্ফল-পশ্চিম, ইম্ফল-পূব, থৌবাল, কাকচিং, কাংপোকপি আৰু চুড়াচান্দপুৰ জিলাৰ প্ৰান্তীয় অঞ্চলত নিৰাপত্তা বাহিনীৰ দ্বাৰা অনুসন্ধান অভিযান চলোৱা হয়। এই অভিযানৰ সময়ত বিভিন্ন মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয়।

এই অভিযানত মেগজিনৰ সৈতে ২টা কাৰখানাত নিৰ্মিত পিষ্টল, ১টা কাণ্ট্ৰী মেড পিষ্টল আৰু মগজিন, ৫টা 36 এইচ ই হেণ্ড গ্ৰেনেডৰ, ২টা ডব্লিউ পি গ্ৰেনেড আৰু ২৫টা সজীৱ মাৰণাস্ত্ৰ জব্দ কৰা হয়। এই মাৰণাস্ত্ৰসমূহ থৌবাল জিলাৰ পেচীৰ দক্ষিণ পূবত গোৱাৰোক ৰিজাৰ্ভ হিল ৰেঞ্জৰ পৰা জব্দ কৰা হয়।

আনহাতে কাকচিং জিলাৰ কাকচিং মণ্টক আইটিআই পংমামেই ৰোডৰ পৰা ২টা মাৰণাস্ত্ৰসহ ৩০৩ ৰাইফল বিয়েৰিং ৰেগড. ৩৬৬৮১ আৰু এটা খালী মগজিন, ১টা স্থানীয় নিৰ্মিত খালী মেগজিন আৰু 9 এমএম পিষ্টল আৰু ৩৬ টা এইচই হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হৈছে।

Previous Post

মহানগৰীৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা

Next Post

মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
বিশ্বনাথৰ কাঠনিবাৰীৰ ধৰ্ষণ কাণ্ডঃ অপৰাধীক কঠোৰ শাস্তিৰ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ

মহানগৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱতী

অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ ৫ খন টাইৱান বিশ্ববিদ্যালয়ৰ সৈতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বুজাবুজি চুক্তি স্বাক্ষৰ

অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ ৫ খন টাইৱান বিশ্ববিদ্যালয়ৰ সৈতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বুজাবুজি চুক্তি স্বাক্ষৰ

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8