• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

“আমি আত্মহত্যা কৰাৰ বাহিৰে অন্য ৰাস্তা নাই”: ৰাজপথলৈ ওলাই আহিল অ’লা, উবেৰৰ চালক

নিউজ ডেস্ক by নিউজ ডেস্ক
July 28, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
“আমি আত্মহত্যা কৰাৰ বাহিৰে অন্য ৰাস্তা নাই”: ৰাজপথলৈ ওলাই আহিল অ’লা, উবেৰৰ চালক
Share on FacebookShare on Twitter

লকডাউনে জুৰুলা কৰিছে অ’লা, উবেৰৰ চালকক। আজি গুৱাহাটী মহানগৰীৰ চচলত প্ৰায় ৩০০ অ’লা, উবেৰৰ চালকে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী চালকসকলে কয়- “আমাৰ উপাৰ্জনৰ লাভৰ অধিকাংশই কোম্পানীয়ে লয়, আমাৰ ওচৰত বাকী একো নাথাকেগৈ। ফলত আমি অনাহাৰে থাকিবলগীয়া অৱস্থাও হৈছিল।”

লগতে কয় যে-“অ’লা আৰু উবেৰৰ মালিকসকলে আমাক প্ৰতাৰণা কৰিলে। মই কৰ’ণা মহামাৰীৰ সময়ত ই এম আই দিব নোৱাৰাত কোম্পানীয়ে মোৰ গাড়ীখন উঠাই লৈ গ’ল।ইয়েই মোৰ একামাত্ৰ উপাৰ্জনৰ পথ আছিল।এতিয়া মোৰ আত্মহত্যাৰ বাবে অন্য কোনো ৰাস্তা নাই।”

আনহাতে কৰ’ণা মহামাৰীৰ বাবে সম্প্ৰতি ১০,০০০ত কৈ অধিক অ’লা আৰু উবেৰৰ চালকে উপাৰ্জনৰ পথ হেৰুৱাইছে।

Tags: অ'লা আৰু উবেৰতীব্ৰ প্ৰতিবাদৰাজপথলৈ
Previous Post

অসম-মিজোৰাম সীমান্ত সংঘৰ্ষঃ ৰমনদ্বীপ কৌৰক কাছাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক পদত নিযুক্তি

Next Post

৩০ জুলাইত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
৩০ জুলাইত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

৩০ জুলাইত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

ৰাজ্যৰ ১০০০ এপিএছচি – ইউপিএছচিৰ প্ৰাৰ্থীক বিনামূলীয়া প্ৰশিক্ষণৰ বাবে আঁচনি মুকলি অসম ছাত্ৰ পৰিষদৰ

ৰাজ্যৰ ১০০০ এপিএছচি - ইউপিএছচিৰ প্ৰাৰ্থীক বিনামূলীয়া প্ৰশিক্ষণৰ বাবে আঁচনি মুকলি অসম ছাত্ৰ পৰিষদৰ

মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিক বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ

মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিক বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8