ঘটনা সংঘটিত হৈছে মেৰাপানীৰ ভলৌগুৰিত স্বামীয়ে কেৰাচিন ঢালি জ্বলাই দিলে পত্নীক।
দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক কন্দলৰ ফলতে স্বামীয়ে সংঘটিত কৰিলে এই হত্যাকাণ্ড।
স্বামী ফুকন বৰাই কেৰাচিন ঢালি জ্বলালে পত্নী ইলাচী বৰাৰ দেহ।
ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক।
আৰক্ষীয়ে স্বামী ফুকন বৰাক গ্ৰেপ্তাৰ কৰে যদিও এতিয়াও ইলাচী বৰাৰ পৰিয়ালৰ লোক তথা গাঁও বাসী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে
Photo Credit: Google