• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ স্বামীৰ নাই!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 24, 2022
in সংবাদ, ৰাষ্ট্ৰীয়
1 min read
0
পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ অধিকাৰ স্বামীৰ নাই!
Share on FacebookShare on Twitter

পত্নীৰ সৈতে বলাৎকাৰক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায়দান কৰিছে। বুধবাৰে এটা গোচৰৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে কয় যে, বিয়াৰ অৰ্থ এয়াই নহয় যে স্বামীয়ে পত্নীৰ লগত নিৰ্যাতন কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।

ন্যায়ালয়ে কয় যে ‘বিবাহে সমাজত কোনো পুৰুষক বিশেষাধিকাৰ প্ৰদান নকৰে, বা এগৰাকী মহিলাক নিষ্ঠুৰভাৱে জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ দৰে অধিকাৰ নিদিয়ে।যদি কোনো পুৰুষে মহিলাৰ ইচ্ছা অবিহনে সম্বন্ধ স্থাপন কৰে তেন্তে সেই পুৰুষজন দণ্ডিত হ’ব লাগে লাগিলে তেওঁ স্বামীয়ে নহওক কিয়’।

ন্যায়ালয়ে কয় যে, যেতিয়া স্বামীয়ে নিজৰ পত্নীৰ লগত বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে মহিলা গৰাকীৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰে। এনেধৰণৰ ঘটনাৰ পৰা মহিলা এগৰাকী ভিতৰৰ পৰা শংকিত হৈ পৰে, যাৰ ফলত তেওঁৰ মন আৰু শীৰৰত প্ৰভাৱ পৰে। যদি সন্মতি অবিহনে স্বামীয়ে পত্নীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তাক বলাৎকাৰ বুলি ক’ব পাৰি। লগতে ন্যায়ালয়ে এক বিশেষ আদেশ দিয়ে যে কোনো স্বামীয়ে পত্নীৰ লগত বলপূৰ্বক সম্পৰ্ক স্থাপন কৰিলে তেওঁৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰিব পাৰিব।

Previous Post

আলফাত যুৱক–যুৱতীৰ যোগদানৰ বিষয়ক লৈ সৰৱ গৌৰৱ গগৈ

Next Post

শেষ সীমা ৩১ মাৰ্চ! সমস্যা সমাধান নহ’লে আকৌ আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
শেষ সীমা ৩১ মাৰ্চ! সমস্যা সমাধান নহ’লে আকৌ আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ

শেষ সীমা ৩১ মাৰ্চ! সমস্যা সমাধান নহ'লে আকৌ আন্দোলনৰ হুংকাৰ টেট শিক্ষকৰ

চিকিৎসালয়তে পুষ্পাৰ গীতত নৃত্য কৰিলে অভিনেতা কিশোৰ দাসে

চিকিৎসালয়তে পুষ্পাৰ গীতত নৃত্য কৰিলে অভিনেতা কিশোৰ দাসে

২০০ কোটি টকা উপাৰ্জন ‘The Kashmir Files’

২০০ কোটি টকা উপাৰ্জন ‘The Kashmir Files’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8