• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

SSBৰ উদ্যোগত গুৱাহাটীত সামৰিক – অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক by নিউজ ডেস্ক
December 3, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
SSBৰ উদ্যোগত গুৱাহাটীত সামৰিক – অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীনৰ তথা ভাৰত – ভূটান আৰু ভাৰত – ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা, নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ থকা সশস্ৰ সীমা বলৰ (SSB) গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত শুক্ৰবাৰে বাহিনীটোৰ গুৱাহাটীৰ গেম ভিলেজত থকা চৌহদত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়।

বাহিনীটোৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক সঞ্জীৱ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অসম আৰক্ষীৰ উপৰিও গুৱাহাটীস্থিত ইন্টালিলেঞ্চ বুৰো, BSF, CRPF, CISF , ভাৰতীয় সেনাৰ গুৱাহাটীস্থিত বহু বিষয়াই ভাগ লয়। আনহাতে বৈঠকত তথ্যৰ আদান -প্ৰদানত অধিক গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ যি বিলাক অঞ্চলত এতিয়াও উগ্ৰপন্থী জনিত কাৰ্যকলপ চলি আছে তাত অধিক সমন্বয় সাধনৰে কাম কৰাত অধিক গুৰুত্ব দিয়া হয় ।

Previous Post

অসমৰ জনতা সাৰ পালে ৰাৱণৰ দৰে দশা হ’ব হিমন্ত বিশ্ব শৰ্মাৰ!

Next Post

পাইপ বহুওৱাৰ নামত বিভিন্ন চৰকাৰী – বেচৰকাৰী সংস্থাই ধ্বংস কৰিছে গুৱাহাটীৰ কেইবাটাও ৰাজপথ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পাইপ বহুওৱাৰ নামত বিভিন্ন চৰকাৰী – বেচৰকাৰী সংস্থাই ধ্বংস কৰিছে গুৱাহাটীৰ কেইবাটাও ৰাজপথ!

পাইপ বহুওৱাৰ নামত বিভিন্ন চৰকাৰী - বেচৰকাৰী সংস্থাই ধ্বংস কৰিছে গুৱাহাটীৰ কেইবাটাও ৰাজপথ!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজমলৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ

আজমলৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা কমলাকান্ত মুছাহাৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8