নিউজ ডেস্কঃ অসম চৰকাৰে সোমবাৰে এক ঐতিহাসিক চুক্তিৰ জৰিয়তে ইজৰাইলৰ সৈতে চুক্তিৱদ্ধ হয়৷ এই চুক্তিৰ জৰিয়তে অসমৰ কৃষিখণ্ডৰ উত্তৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ’ব৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰণ মালকাক সাক্ষাৎ কৰে আৰু ইণ্ডো-ইজৰাইল চেণ্টাৰ অব্ এক্সিলেন্স ফ’ৰ ভেজিটেবল প্ৰ’টেক্টেড কাল্টিভেচনৰ আধাৰশিলা স্থাপন কৰে৷
এই কেন্দ্ৰটো কামৰূপ (মেট্ৰ’) জিলাৰ ক্ষেত্ৰীত স্থাপন কৰা হৈছে৷
Today is a historic day for Assam, as we tie up with Israel for cooperation in the field of agriculture.
Met HE @DrRonMalka, Ambassador of Israel to India, in Guwahati before laying the foundation stone of Indo-Israel Centre of Excellence for Vegetables Protected Cultivation. pic.twitter.com/tQP7iFd6F3
— Sarbananda Sonowal (@sarbanandsonwal) November 2, 2020