ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল।পুৱা ৯ বজাৰ লগে লগে ছেবাই ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল। সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে ছেবাই ঘোষণা কৰিলে ফলাফল।কেৱল ৱেবছাইটযোগে উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। আজি ঘোষিত ফলাফল অনুসৰি, এইবাৰ মেট্ৰিকত শীৰ্ষস্থান দখল কৰিছে দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাই।ধৃতিৰাজে লাভ কৰিছে মুঠ ৫৯৫নম্বৰ।
ৰাজ্যৰ ভিতৰতে শীৰ্ষ ১০ স্থান দখল কৰাসকল—–
শীৰ্ষস্থান: ধৃতিৰাজ বাস্তৱ কলিতা,পদুম পুখুৰী হাইস্কুল–৫৯৫নম্বৰ।
দ্বিতীয় স্থান: অলংকিতা গৌতম বৰুৱা, চল্ট ব্রক একাডেমী, ডিব্ৰুগড়– ৫৯৪ নম্বৰ।
তৃতীয় স্থান(তিনিগৰাকী): দেৱীষ্মা প্ৰিয়া বৰা(জ্ঞান জ্যোতি একাডেমী, নাৰায়ণপূৰ), জ্যোতিষ্মান দেৱ শৰ্মা (শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰী), চাকি জি বুলতন (চেইণ্ট মেৰী স্কুল, গুৱাহাটী)–৫৯১ নম্বৰ।
চতুৰ্থ স্থান(দুগৰাকী): নমস্যা ডেকা (লিটল flowers school, নলবাৰী) আৰু হীয়াশ্ৰী শৰ্মা (দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়)– ৫৯০ নম্বৰ।
পঞ্চম স্থান(তিনিগৰাকী): মানস উত্তম নেওগ (নীলমণি আদৰ্শ জাতীয় বিদ্যালয়, ডিব্ৰুগড়), অংকুৰজ্যোতি বেজবৰুৱা(উদয়ন শান্তি নিকেতন, বেজেৰা) আৰু হিৰক জ্যোতি বৈশ্য(কাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী)–৫৮৯ নম্বৰ।
ষষ্ঠ স্থান(চাৰি গৰাকী):হৰ্ষবৰ্ধন মহেশ্বৰী,(মাৰিয়ান হাইস্কুল বৰপেটা), হৰিদ্ৰ বৰা(Sacred heart high school, গোলাঘাট), ৰনোজ জ্যোতি বৰুৱা (জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপূৰ) আৰু হিমাশ্ৰী বৰুৱা (ফুলেশ্বৰী গাৰ্লছ হাইস্কুল, শিৱসাগৰ)–৫৮৮নম্বৰ।
সপ্তম স্থান(দুগৰাকী):অভিলাষা দত্ত (চেইণ্ট মেৰিছ হাইস্কুল, উত্তৰ লখিমপুৰ) আৰু জালক জালান (চেইণ্ট এণ্টনী ইংলিছ স্কুল, নগাওঁ)–৫৮৭ নম্বৰ।
অষ্টম স্থান(পাঁচ গৰাকী):অনিশা ৰয় (হলি ক্ৰছ হায়াৰ চেকেণ্ডাৰী স্কুল, কাছাৰ), নিখিলেশ দত্ত (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), চিমৰণ বৰা (ব্ৰুক ফিল্ড স্কুল, লখিমপুৰ), অন্তৰিক্স হাজৰিকা(নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ) আৰু অন্বেষা চক্ৰৱৰ্তী(ডনবস্ক হাইস্কুল, দুমডুমা)–৫৮৬ নম্বৰ।
নৱম স্থান(১১ গৰাকী):ভৃগু মোহন কুমাৰ(শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, দৰং), ৰাজদ্বীপ বৰুৱা (শংকৰদেৱ শিশু নিকেতন, কাকডোঙা), নিহাৰিকা ভৰালী(গোলাঘাট জাতীয় বিদ্যালয়), শিল্পী শিখা ডেকা (পলাশতল কাছমাৰী হাইস্কুল, নগাওঁ), মাছুম মেহতাব(শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), ইমন বৈশ্য (শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), অভিনৱ গগৈ (চেইণ্ট জোচেফ হাইস্কুল, মৰাণহাত, শিৱসাগৰ), অবিনাশ কেউত (চেইণ্ট Stephens হাইস্কুল, তিনিচুকীয়া), অনন্যা মেধি (অসম জাতীয় বিদ্যালয়, নুনমাটি) আৰু নিৰজ খেতন (হেপী চাইল্ড হাইস্কুল, গুৱাহাটী)– ৫৮৫ নম্বৰ।
দশম স্থান(১১ গৰাকী):পুজা বেনাৰ্জী(শংকৰদেৱ শিশু নিকেতন, বৰপেটা), প্ৰেৰণা ডেকা (বঙাইগাঁও হাইস্কুল), parsa তচনিম বৰভূঞা (শিলচৰ কলেজিয়েট স্কুল), অনিন্দিতা কোঁৱৰ (চেইণ্ট জেভিয়াৰ স্কুল, ডিব্ৰুগড়), ভাৰ্গব জ্যোতি দাস (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), DIWIZ বিকাশ (চেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ), অংকিতা দে (good Samaritan English high school, নগাওঁ), ঋত্বিকা কুমাৰ সূত (প্ৰাঞ্জল মেমৰিয়েল একাডেমী, নগাওঁ), শশাংক হালৈ (আনন্দ বিদ্যা নিকেতন, নলবাৰী) আৰু মিচবাহুল কৰিম (লিটল ষ্টাৰ স্কুল,শোণিতপুৰ)–৫৮৪ নম্বৰ।