• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২৯,৭০১ গৰাকী শিক্ষকে নিযুক্তি পাব ৫ ফেব্ৰুৱাৰীত

Manoranjan Majumder by Manoranjan Majumder
February 3, 2021
in অসম
1 min read
0
himanta biswa sharma
Share on FacebookShare on Twitter

অহা ৫ ফেব্ৰুৱাৰীত ২৯,৭০১ শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে ।

জনতা ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

২০১২-১৩ বৰ্ষৰ পিছত এইয়া শিক্ষা বিভাগত অন্য় এক সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া হ’ব ৰাজ্য চৰকাৰৰ।

প্ৰাদেশীকৃত আৰু নতুন নিযুক্তি দুই ধৰণেৰে নিযুক্তি পত্ৰ প্ৰদান কৰিব শিক্ষকসকলক ।

নিম্ন প্ৰাৰ্থমিক পৰ্যায়ত ১,৬৯৮ খন বিদ্যালয় প্ৰাদেশীকৰণ কৰিব চৰকাৰে ।

৩,৩০৯ গৰাকী শিক্ষক উপকৃত হ’ব এই প্ৰাদেশীকৰণ প্ৰক্ৰিয়াত ।

উচ্চ প্ৰাৰ্থমিক পৰ্যায়ত ২,১০৭ খন বিদ্যালয় প্ৰাদেশীকৃত হ’ব আৰু ৬,৫৮৬ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব ।

মুঠ ৯৮৯৫ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব এই পৰ্যায়ত।

বৃত্তিগত অৰ্হতা নথকা শিক্ষকসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিব ।

২৬৬ খন হাইস্কুল প্ৰাদেশীকৃত কৰিব আৰু ২,২৬৯ গৰাকী শিক্ষক-কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিব ।

৪খন উচ্চতৰ মাধ্য়মিক বিদ্যালয়ৰ প্ৰদেশীকৰণৰ লগতে নিযুক্তি দিব ৩১ গৰাকী শিক্ষকক ।

১৫২ খন জুনিয়ৰ কলেজ প্ৰাদেশীকৃত কৰি ৰাজ্যৰ শিক্ষা বিভাগে ২,৩০৬ জন শিক্ষক-কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিব ।

পূৰ্বৰ প্ৰাদেশীকৃত স্কুলৰ এডিচনেল পোষ্ট নিযুক্তিৰ পৰিপ্ৰেক্ষিতত মাধ্য়মিক শিক্ষা সঞ্চালকালয়ত ৪৯৯৬ গৰাকী শিক্ষক নিয়মীয়াকৰণ কৰা হ’ব ।

উচ্চ শিক্ষা সঞ্চালকালয়ত ৩৩ খন কলেজৰ লগতে ৯০০ গৰাকী অধ্যাপক-অধ্য়াপিকা আৰু কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিব ।

মুঠ ১৫,০৯৩ গৰাকী শিক্ষক উপকৃত হ’ব এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ।

ৰাজ্যৰ তিনিওটা শিক্ষা সঞ্চালকালয়ত ১৬,৪৯৪ কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিব ।

এই পৰ্যায়ত বাদ পৰা শিক্ষকসকলক দ্বিতীয় পৰ্যায়ত তালিকা প্ৰস্তুত কৰি নিযুক্তি প্ৰদান কৰাক কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

নতুন নিযুক্তিৰ ক্ষেত্ৰত মাধ্য়মিক শিক্ষা সঞ্চালকালয়, প্ৰাৰ্থমিক শিক্ষা সঞ্চালকালয় আৰু সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত মুঠ ১৩,২১৭ গৰাকী টেট উত্তীৰ্ণ শিক্ষকে নতুন নিযুক্তি লাভ কৰিব ।

নিম্ন প্ৰাথমিকত ৪৪৯৩ গৰাকী, উচ্চ প্ৰাথমিকত ২১৩৯ গৰাকী টেট শিক্ষক,

সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত২৩৯৫ গৰাকী টেট শিক্ষক আৰু

মাধ্য়মিক শিক্ষা সঞ্চালকালয়ৰ অধীনত বিজ্ঞান শাখাত ১৩২৭ গৰাকী সহকাৰী শিক্ষক আৰু কলা শাখাত ২৮৬৩ গৰাকী সহকাৰী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব ।

Tags: AssamAssam Govt.TEACHERঅসমশিক্ষক নিযুক্তি
Previous Post

প্ৰকাশ পালে চিবিএছই ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময় সূচী; এতিয়াই ক্লীক কৰক ডাউনলোড কৰিবলৈ…

Next Post

কৃষি আইনৰ আন্দোনকাৰীসকল কৃষক নহয়, তেওঁলোক সন্ত্ৰাসবাদী; কংগনা ৰানাৱটৰ পুনৰ বিতৰ্কিত মন্তব্য

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
কৃষি আইনৰ আন্দোনকাৰীসকল কৃষক নহয়, তেওঁলোক সন্ত্ৰাসবাদী; কংগনা ৰানাৱটৰ পুনৰ বিতৰ্কিত মন্তব্য

কৃষি আইনৰ আন্দোনকাৰীসকল কৃষক নহয়, তেওঁলোক সন্ত্ৰাসবাদী; কংগনা ৰানাৱটৰ পুনৰ বিতৰ্কিত মন্তব্য

zubeen garg

নিশিতা গোস্বামীক অশালীন মন্তব্য কৰি শলঠেকত জুবিন গাৰ্গ

jagadesh mukhi

দ্য' আছাম ৰিপিলিং এক্ট, ২০২০ত অনুমোদন ৰাজ্যপাল জগদীশ মুখীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8