আজিৰে পৰা আৰম্ভ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ।
সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ।
৬-১০ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতা।
Follow all the results & news from #India‘s first biggest sporting event after lockdown at National Juniors in #Guwahati
Follow Event Page here- https://t.co/TdxlrYOl6X@sarbanandsonwal @lakhyabjp pic.twitter.com/1ctl25Y5K5
— Athletics Federation of India (@afiindia) February 5, 2021
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে অনুষ্ঠানৰ ।
দেশৰ ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৬৩৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত।
১৪,১৬,১৮ আৰু ২০ বছৰ অনুৰ্ধৰ খেলুৱৈয়ে ৪টা শাখাত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।