• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ব্যৱাসীয়ক লুটপাত কৰাৰ অভিযোগত ৩ প্ৰাক্তন KLO’ সদস্যসহ ৫ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 11, 2022
in অসম, ক্ৰাইম
1 min read
0
ব্যৱাসীয়ক লুটপাত কৰাৰ অভিযোগত ৩ প্ৰাক্তন KLO’ সদস্যসহ ৫ জনক গ্ৰেপ্তাৰ
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ ছালাকাটিত শুকুৰবাৰে নিশা অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে নিজকে KLO’ বুলি পৰিচয় দি ব্যৱসায়ী বিকাশ জৈনক(৩৫) পিষ্টলেৰে মূৰত আঘাত কৰি লুটপাত কৰা ঘটনাৰ পিছত আজি আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ সন্দেহত ৫ জন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে আজি পুৱতি নিশা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা ৫ জন যুৱকৰ ভিতৰত তিনিজনকে প্ৰাক্তন KLO’ সদস্য বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত দুৰ্ষ্কৃতিকাৰীকেইটা হ’ল ক্ৰমে বালাগাঁৱৰ শুনিৰাম ৰায়(২৫), ক্ষীৰেণ ৰয়(2৭), লালটাৰীৰ আত্মসমৰ্পণকাৰী কে এল অ’ সদস্য হীৰক বৰ্মন ওৰফে সাগৰ (২৫), নয়াছাৰাৰ আত্মসমৰ্পণকাৰী কে এল অ’ সদস্য ৰমানাথ বৰ্মন (৩৮) ওৰফে ভীম আৰু চান্দিয়াগাঁৱৰ আত্মসমৰ্পণকাৰী কে এল অ’ সদস্য গৌতম ৰায়(২৮)।

উল্লেখ্য যে, শুকুৰবাৰে নিশা ৬ জনীয়া অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ দলে ছালাকাটিত থকা ব্যৱসায়ী বিকাশ জৈনৰ দোকানত প্ৰবেশ কৰি ধনদাবী কৰে ৷ ব্যৱসায়ী জনে ধন নাই বুলি কোৱাত দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে পিষ্টলেৰে বিকাশ জৈনৰ কপালত আঘাত কৰাৰ লগতে দোকানৰ কৰ্মচাৰী কৃষ্ণ বৰ্মনকো আক্ৰমণ কৰে৷ পিছত দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে দোকানৰ কেচ বক্সৰ পৰা প্ৰায় ১৫ হাজাৰ টকা লুট কৰি ঘটনাস্থলীৰ পৰা উধাও হয় ৷ উক্ত আৰক্ষীয়ে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা তিনি প্ৰাক্তন KLO সহ ৫ জনক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাৰ আৰক্ষীৰ জিম্মাত থকা আটকাধীন ৫ জনকে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

Previous Post

কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা!

Next Post

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ

ৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিকচত হিমা-অম্লানৰ শ্ৰেষ্ঠত্ব

ৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিকচত হিমা-অম্লানৰ শ্ৰেষ্ঠত্ব

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8