• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নগাঁৱত জাপানীজ এনকেফেলাইটিজত আৰু ডায়েৰিয়াত মৃত্যু ৫ জনৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 6, 2022
in অসম, সংবাদ, স্বাস্থ্য
1 min read
0
বানৰ পিছত নগাঁৱত জাপানীজ এনকেফেলাইটিজৰ আতংক!
Share on FacebookShare on Twitter

নগাঁও জিলাত জাপানীজ এনকেফেলাইটিজত মৃত্যু হৈছে দুজন লোকৰ ৷ মৃত্যু হোৱা লোক দুজনৰ নাম হৈছে হামিদুল ইছলাম আৰু সদানন্দ বৰুৱা ৷ হামিদুলৰ ঘৰ নগাঁও জিলাৰ দগাঁৱত আৰু সদানন্দ বৰুৱাৰ ঘৰ নগাঁও চহৰৰ খুটিকটীয়াত ৷

নগাঁও স্বাস্থ্য বিভাগৰ সুত্ৰ মতে সদানন্দ বৰুৱাই GMCH l চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় ৷ আনহাতে মঙ্গলবাৰৰ দিনটোত নগাঁৱৰ এটি শিশু সহ ছজনকৈ লোকক GMCHত ভৰ্তি কৰা হৈছে ৷ আটাইকেইজন জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে ৷ জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত লোককেইজনৰ নাম হৈছে প্ৰবীণ বৰা(কামপুৰ), খীৰকান্ত শইকীয়া(বেবেজীয়া), আকমল(শিঙিমাৰী),ছাহিদা খাতুন(লাওখোৱা) আৰু লক্ষীকান্ত নাথ(হাৰিয়ামুখ)৷ ইয়াৰে শিঙিমাৰীৰ আকমল ন বছৰীয়া শিশু ৷ আনহাতে ৰহা অঞ্চলত ডায়েৰিয়াত বিভিন্ন লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে ৷ বৰ্তমানলৈকে তিনিজন লোকে ডায়েৰিয়াত প্ৰান হেৰুৱাইছে ৷

Previous Post

নগাঁৱত যুৱতী সহ চাৰি ড্ৰাগছ আসক্তক কৰায়ত্ব

Next Post

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বানাক্ৰান্ত ৰাইজক সাহাৰ্য্য বিতৰণ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বানাক্ৰান্ত ৰাইজক সাহাৰ্য্য বিতৰণ

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বানাক্ৰান্ত ৰাইজক সাহাৰ্য্য বিতৰণ

গুৱাহাটী ক্ৰীড়া সন্থাৰ বি আৰু চি ডিভিজন ফুটবল লীগ

গুৱাহাটী ক্ৰীড়া সন্থাৰ বি আৰু চি ডিভিজন ফুটবল লীগ

চয়নিকাক অসম চাইক্লিং সন্থাৰ সম্বৰ্ধনা

চয়নিকাক অসম চাইক্লিং সন্থাৰ সম্বৰ্ধনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8