• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
March 25, 2022
in অসম, ক্ৰাইম
1 min read
0
বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী
Share on FacebookShare on Twitter

বোকাজান আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি চলালে গুলী। আৰক্ষীয়ে প্ৰকাশ কৰা মতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৱে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল। যাৰ বাবে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়।

ঘটনাৰ বিৱৰণ অনুসৰি খটখটি আৰক্ষীৰ নাকা তালাচীৰ সময়ত আনুমানিক প্ৰায় ৩ কোটি টকাৰ মূল্য ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে। বিমল পল নামৰ এজন লোকে ডিমাপুৰৰ পৰা কঢ়িয়াই আনিছিল ড্ৰাগছখিনি। ডিমাপুৰৰ পৰা খোজকাঢ়ি আহি থকা বিমল পলে ৪০ টা চাবোনৰ বাকচত কঢ়িয়াই আনিছিল এই ড্ৰাগছখিনি। ধৃত বিমল পলৰ ঘৰ বোকাজানৰ শুকানজানত।

আৰক্ষীয়ে আটকাধীন বিমল পলে কোন ঠাইলৈ এই ড্ৰাগছ সৰবৰাহ কৰিছিল সেই কথা জানিব পৰা নাই। আৰক্ষীয়ে আটকাধীন বিমলক বোকাজান সমূহীয়া চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱাৰ সময়ত আৰক্ষী উপ-পৰিদৰ্শক নিতুল শইকীয়াক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে।

ফলত আৰক্ষীয়ে বিমল ভৰিলৈ লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী বিমলক বৰ্তমান বোকাজান চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।

Previous Post

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব যোগী আদিত্য নাথে

Next Post

মহানগৰীত অগ্নিকাণ্ড; জুইত জাহ ২৫ তাতকৈ অধিক বাসগৃহ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
মহানগৰীত অগ্নিকাণ্ড; জুইত জাহ ২৫ তাতকৈ অধিক বাসগৃহ

মহানগৰীত অগ্নিকাণ্ড; জুইত জাহ ২৫ তাতকৈ অধিক বাসগৃহ

আজি পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

আজি পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

‘দ্যা কাশ্মীৰ ফাইলছ’ চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে অৰ্ধছুটি

'দ্যা কাশ্মীৰ ফাইলছ' চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে অৰ্ধছুটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8