• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুজৰাটৰ ভ্ৰমণসূচী সামৰি অসমলৈ ঘূৰিল পাঁচ বিধায়ক-বিষয়াৰ দল

নিউজ ডেস্ক by নিউজ ডেস্ক
January 24, 2023
in অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
গুজৰাটৰ ভ্ৰমণসূচী সামৰি অসমলৈ ঘূৰিল পাঁচ বিধায়ক-বিষয়াৰ দল
Share on FacebookShare on Twitter

গুৱাহাটীৰ পৰা ১৬ জানুৱাৰীত গুজৰাট অভিমুখে ৰাওনা হোৱা অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমূহৰ সমিতিৰ অগপ – বিজেপিৰ তিনিজনীয়া বিধায়কৰ দলটো এসপ্তাহযোৰা ভ্ৰমণসূচী সামৰি কালি নিশা কলকাতা হৈ গুৱাহাটীত উপস্থিত হৈছে। সমিতিৰ অধ্যক্ষ, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত যোৱা আন দুজন বিধায়ক আছিল ক্ৰমে বিধায়ক প্ৰদীপ হাজৰিকা আৰু বিধায়ক টেৰছ গোৱালা। তেনেদৰে দলটোৰ সৈতে গৈছিল অসম চৰকাৰৰ যুটীয়া সচিব ইন্দ্ৰজিৎ মজুমদাৰ আৰু অবৰ সচিব ৰণজিৎ শৰ্মা। গুজৰাটৰ ৰাজধানী আহমেদাবাদত দলটোৱে সমবায় ভিত্তিত স্থাপন হোৱা বিশ্ববিখ্যাত আমূল গাখীৰ প্ৰকল্প পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত আমূল প্ৰকল্পৰ অধ্যক্ষ অমন পেটেলে বিধায়কৰ দলটোক আদৰণি জনায়। অধ্যক্ষ পেটেলে বিধায়কৰ দলটোৱে দলটোৱে গুজৰাটৰ আৰ্হিত গুৱাহাটীৰ কাষৰীয়া চন্দ্ৰপুৰত এটা প্ৰকল্প স্থাপনকৰা হৈছে বুলি সদৰি কৰি দ্বিতীয়টো প্ৰকল্প যোৰহাটত স্থাপনৰ কাম কৰি আছে বুলি অৱগত কৰে। অসমত গাখীৰৰ যথেষ্ট চাহিদা আছে আৰু ইয়াক কেন্দ্ৰ কৰি গাখীৰ উপলব্ধ হোৱা অঞ্চলত অনাগত দিনত পুনৰ গাখীৰ উৎপাদন প্ৰকল্প স্থাপন কৰিব বুলি সদৰি কৰে। আনহাতে দলটোৱে নৰ্মদা নদীৰ পাৰত কেভেৰিয়াত থকা চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি স্থান আৰু তাত থকা ১,৪৫০ মেগাৱাত ক্ষমতা সম্পন্ন জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি পৰ্যটনৰ সম্ভাৱনাৰ দিশটোৰ বুজ লয়। আনহাতে দলটোৱে কেন্দ্ৰীয় শাসিত দমন ডিউলৈ গৈ তাত পৰ্যটন ক্ষেত্ৰখনৰ দিশটো পৰ্যবেক্ষণ কৰে। বিধায়ক কলিতাই সদৰি কৰা অনুসৰি দলটোৰ ভ্ৰমণ আৰু ক্ষেত্ৰ অধ্যয়নৰ মূল লক্ষ্য আছিল সমবায় খণ্ডত গুজৰাটে কেনে ধৰণে বিকাশ কৰিছে, সেইটোৰ লগতে লগতে বৃহৎ উদ্যোগ সমূহ পৰ্য্যবেক্ষণ কৰা। গুজৰাটৰ বিকাশৰ ওপৰত দলটোৱে অধ্যয়ন কৰিছে আৰু আহমদাবাদত ডাম্পিং গ্রাউণ্ডত আৱৰ্জনা কেনেদৰে নিষ্কাষন কৰা হয় তাকো পৰ্যবেক্ষণ কৰা হৈছে। আনকি ভ্ৰমণ কালত গুজৰাটত সমবায় সমিতিৰ জৰিয়তে শিক্ষিত নিবনুৱাসকল কেনেদৰে স্বাৱলম্বী হৈছে তাৰ বুজ লোৱা হৈছে। ক্ষুদ্ৰ উদ্যোগ বা “মাইক্রো ইন্ডাষ্ট্ৰিৰ জৰিয়তে গুজৰাটে কেনেকৈ বিকাশ কৰিছে সেইটোও পৰ্যবেক্ষণ কৰা হৈছে। মূলত গুজৰাটে উন্নয়নৰ ক্ষেত্ৰখনত দেখুওৱা সাফল্য অসমত কিদৰে প্ৰয়োগ কৰি ৰাজ্যখনক উন্নয়নৰ শিখৰলৈ নিব পাৰি তাৰ ওপৰত এই ভ্ৰমণত অধিক গুৰুত্ব দিয়া হৈছিল বুলি দলটোৰ নেতৃত্ব দিয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰিছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

Related Posts

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী
সংবাদ

পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী

October 2, 2023
Next Post
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8