• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পশ্চিম গুৱাহাটীত আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কৃষক

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in অসম, জীৱনশৈলী, বিবিধ
1 min read
0
পশ্চিম গুৱাহাটীত আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত কৃষক

ফ’টো-ৰংমন দাস

Share on FacebookShare on Twitter

নিউজ ডেস্কঃ আঘোণ মাহ মানেই অসমীয়া জনজীৱনত এক গুৰুত্বপূৰ্ণ মাহ আৰু আঘোণ অবিহনে অসমত চহা জীৱনৰ কথা কল্পনা কৰিব নোৱাৰি । কিয়নো আঘোণ মাহতে বাৰিষা কালত প্ৰখৰ ৰদত কপালৰ ঘাম মাটিত পেলাই কৰা  খেতিৰ ধান কটা বা চপোৱা হয়। দাবণীৰে পথাৰ ভৰি পৰে আৰু এক কথাত পথাৰত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় । ইফালে ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতি পথাৰ সমূহ বিগত দিন কেইটাত ধান কটা , কটা ধান কান্ধত ভাৰ বান্ধি ঘৰলৈ নিয়া ,আদি দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে ।

ফ’টো- ৰংমন দাস

এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ উদীয়মান কৃষক আৰু  দেউচতালৰ নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপী , ৰাণীৰ পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে ইতিমধ্যে বেছিভাগ কৃষকৰ ধান কটা শেষ হৈছে । এতিয়া মাথোঁ কটা ধান ঘৰলৈ নিয়া আৰু ঘৰত মৰণা মৰা পৰ্ব চলি আছে । ৰাণীৰ বন বিভাগ আৰু ৰাইজৰ যৌথ প্ৰচেষ্টাৰত হাতীৰ উপদ্ৰপৰ পৰা ধানখিনি ৰক্ষা কৰিব পৰাৰ পাছত কৃষক ৰাইজে শান্তিৰে বছৰটোৰ বাবে লখিমীক ভঁৰালত ৰাখিবলৈ সাজু হৈছে। আনকি কিছু সংখ্যক কৃষকে  মৰণা মৰা পৰ্ব শেষ হোৱাৰ পাছত নতুন ধানৰ চাউলৰে  পৰম্পৰাগত ভাৱে ‘ন-খোৱা’ৰ বাবে সাজু হৈছে ।

Previous Post

গুৱাহাটীত আত্মগোপন এ এম চি এইচৰ উপ-অধীক্ষক ডাঃ অজন্তা হাজৰিকাৰ

Next Post

অমিত শ্বাহৰ আলোচনা ব্যৰ্থঃ আজি ১২ দিনত ভৰি দিলে কৃষক আন্দোলনে

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
অমিত শ্বাহৰ আলোচনা ব্যৰ্থঃ আজি ১২ দিনত ভৰি দিলে কৃষক  আন্দোলনে

অমিত শ্বাহৰ আলোচনা ব্যৰ্থঃ আজি ১২ দিনত ভৰি দিলে কৃষক আন্দোলনে

এন আৰ চিত নাম সোমাল অবৈধ বাংলাদেশীৰ

এন আৰ চিত নাম সোমাল অবৈধ বাংলাদেশীৰ

প্ৰথম ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰি মাৰ্গাৰেট কীনানে ৰচিলে বিশ্ব ইতিহাস

প্ৰথম ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰি মাৰ্গাৰেট কীনানে ৰচিলে বিশ্ব ইতিহাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8