• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত উজ্বলিল অন্বেষা খনিকৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 4, 2022
in অসম, ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত উজ্বলিল অন্বেষা খনিকৰ
Share on FacebookShare on Twitter

গুজৰাটৰ ৰাজকোটত যোৱা ২৪ জুন পৰা ২৬ জুনলৈ অনুষ্ঠিত হোৱা ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত শিৱসাগৰ জয়সাগৰৰ ৰিভাৰ একোৱাটিকছৰ প্ৰশিক্ষাৰ্থী অন্বেষা খনিকৰে ৫০ মিটাৰ ৱাটাৰ সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে, আধুনিক সা-সুবিধা অবিহনে মাত্ৰ কেইগৰাকীমান শিক্ষাৰ্থী লৈ তিনিমাহ পূৰ্বে আৰম্ভ কৰা জয়সাগৰ চিপাহী গাওঁৰ ‘ৰিভাৰ ডলফিন একোৱাটিকছ’ নামৰ এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ গঢ় লৈ উঠিছিল। গুৱাহাটীত অনুষ্ঠিত হোৱা আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপত ভাগ লৈ ৰিভাৰ ডলফিন একোৱাটিকছ অন্বেষা খনিকৰে ছোৱালী শাখাত ৫ টাকৈ সোণৰ পদক বুটলি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতোৰ প্ৰতিযোগিতাত অসমৰ এগৰাকী সাঁতোৰবিদৰ সফলতাত উৎফুল্লিত হৈ পৰিছে অসমবাসী।

Previous Post

লালু প্ৰসাদ যাদৱ অসুস্থ, ICU ত ভৰ্তি

Next Post

মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা ৫ গৰাকীক লৈ অসম পালেহি পীয়ূষ হাজৰিকা!

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা ৫ গৰাকীক লৈ অসম পালেহি পীয়ূষ হাজৰিকা!

মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা ৫ গৰাকীক লৈ অসম পালেহি পীয়ূষ হাজৰিকা!

আজিৰে পৰা গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ

আজিৰে পৰা গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ

ভয়ংকৰঃ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ বেগত ওলাল ড্ৰাগছ!

মহানগৰীত মাছ বেপাৰীৰ ৰূপত এইবাৰ ড্ৰাগছ ব্যৱসায়ী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8