নিউজ ডেস্কঃ অসমৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই ৩১ অক্টোবৰ ২০২০ তাৰিখ শুকুৰবাৰে অসমৰ মুখ্য সচিবৰ পদত শপত গ্ৰহণ কৰিব৷
১৯৮৮ৰ আইএএছ কেডাৰৰ বিষয়া জিষ্ণু বৰুৱাই কুমাৰ সঞ্জয় কৃষ্ণৰ অৱসৰৰ পিছত মুখ্য সচিবৰ পদত আসীন হ’ব৷
উল্লেখ্য, হেডলাইন৮ত জিষ্ণু বৰুৱাইৰ মুখ্য সচিব পদ লাভ কৰাৰ সম্ভাৱনা সন্দৰ্ভত ৭ অক্টোবৰতেই এক বাতৰি প্ৰকাশ পাইছিল৷
ইংৰাজী লিংকঃ
https://headline8.in/news/assam/1988-batch-ias-officer-jishnu-baruah-the-new-chief-secretary-of-assam/