নিৰ্বাচন উপলক্ষে প্ৰশাসনৰ ড্ৰাই ডে’ ঘোষণা ৷
২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈকে ডিব্ৰুগড়ত বন্ধ থাকিব সুৰাৰ দোকান ৷
২৫ মাৰ্চৰ বিয়লী ৫ বজাৰ পৰা ২৭ মাৰ্চৰ বিয়লী ৫ বজালৈ সুৰাৰ বিপনী বন্ধ ৰখাৰ নিৰ্দেশ দিছে ডিব্ৰুগড় প্ৰশাসনে ৷
ইয়াৰ উপৰি ভোটগণনাৰ দিনা অৰ্থাৎ ২ এপ্ৰিলতো প্ৰশাসনৰ তৰফৰ পৰা সুৰাৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৷
উল্লেখ্য, ২৭ মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব অসম বিধানসবা নিৰ্বাচন ৷
২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু ভোটগণনা কৰিব ২ এপ্ৰিলত ৷
photo: google