• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চোৰাং কাঠ বেপাৰীৰ আক্ৰমণত নিহত বনকৰ্মীক জাতীয় বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 6, 2023
in অসম, ৰাজনীতি
1 min read
0
চোৰাং কাঠ বেপাৰীৰ আক্ৰমণত নিহত বনকৰ্মীক জাতীয় বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কৃষ্ণাই শালপাৰা দাৰাপাৰাত ২৯ মে’ৰ নিশা চোৰাং কাঠ ব্যৱসায়ীৰ দলবদ্ধ আক্ৰমণত নিহত হোৱা মাষ্টাৰৰোল বনকৰ্মী ৰজভী আহমেদক অসম বন কৰ্মচাৰী সন্থাই জাতীয় বন শ্বহীদ হিচাপে ঘোষণা কৰিছে। সন্থাৰ সভাপতি হোমেন পেগুৰ নেতৃত্বত এটা সজাতি দলে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ গান্ধীনগৰস্থিত ৰাজভী আহমেদৰ (২৩) বাসগৃহত  উপস্থিত হৈ সন্থাৰ ফালৰ তেওঁক বন শ্বহীদ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে। হোমেন পেগুৱে কয় ৰাজভী আহমেদে নিজৰ জীৱনক তুচ্চ কৰিও সিদিনা নিশা বনদস্যুৰ বিৰুদ্ধে যুঁজ দিছিল। তেওঁৰ অসীম সাঁহস আৰু বীৰত্বক সন্থাই সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব । আমি চৰকাৰক তেওঁৰ একমাত্ৰ ভনীয়েক আয়েছা ছিদ্দিকাক বন বিভাগত নিযুক্তি দিয়াৰ লগতে ২০ লাখ টকাৰ আৰ্থিক অনুদান দিবৰ বাবে দাবী জনাইছো । পেগুৰ নেতৃত্বত যোৱা সজাতি দলটোত অসম বন বিদ্যালয়ৰ আঞ্চলিক বন কৰ্মচাৰী অশোক কলিতা, সন্থাৰ উপ সভাপতি উৎপল বৰ্মন, হিচাপ পৰীক্ষক মানস প্ৰতীম মহন্তকে ধৰি কেবাজনো সময়তে সদস্য উপস্থিত আছিল । দলটোৱে নিহত ৰাজভী আহমেদৰ পিতৃ কুদ্দুচ আলী, মাতৃ মামণি বেগম, ভনীয়েক আয়েছা ছিদ্দিকাৰ সৈতে বাৰ্তালাপ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰাশান্তি কামনা কৰে। ইফালে সন্থাই আহত হৈ দুখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা তিনি বনকৰ্মী ক্ৰমে – মবিনুৰ ৰহমান, নজৰুল ইছলাম আৰু গোলাম মুস্তাফাৰ শীঘ্ৰে আৰোগ্য কামনা কৰি তেওঁলোকৰ সমস্ত চিকিৎসাৰ খৰছ চৰকাৰক বহন কৰিবলৈ দাবী জনাইছে।

উল্লেখযোগ্য যে সিদিনা নিশা চোৰাং কাঠ ব্যৱসায়ীয়ে লাঠী, দা, খুকুৰী, চোকা অস্ত্ৰৰে বনকৰ্মীৰ দলটোক আক্ৰমণ কৰিছিল । ঘটনাৰ বিৱৰণী অনুসৰি সিদিনা নিশা বৰোমাটিয়া প্রস্তাবিত সংৰক্ষিত বনাঞ্চলৰ দাৰাপাৰাত এদল বনদস্যুৱে শাল গছ কটাৰ খবৰ লাভ কৰি কৃষ্ণাই বন বিভাগৰ লোক উপস্থিত হৈ এক টেক্টৰ শাল গছ উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনিবলৈ যো জা চলাওঁতেই চোৰাং কাঠ বেপাৰীৰূপী বনদস্যুৰ দলটোৱে বন বিভাগৰ লোকসকলক আক্ৰমণ কৰে। এই আক্ৰমণত মাষ্টাৰৰোল বনকৰ্মী ৰাজভি আহমেদ নিহত হোৱাৰ বিপৰীতে মবিনুৰ ৰহমান, নজৰুল ইছলাম আৰু গোলাম মুস্তাফা গুৰুতৰভাৱে আহত হয়। অৱশ্যে বননিৰ মাজত জব্দ কৰা ট্ৰেক্টৰৰ কাষত থকা আন বনকৰ্মীসকল কৌশলেৰে উক্ত স্থানৰ পৰা পলাবলৈ সক্ষম হোৱাত আক্ৰমণৰ পৰা ৰক্ষা পৰে।

Previous Post

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

Next Post

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
Next Post
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান

বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত অগপত ৩০ যুৱক-যুৱতীৰ যোগদান

বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা

বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ প্ৰথমটো হজযাত্ৰী দলৰ মক্কালৈ ৰাওনা

ৰোমাঞ্চকৰ প্ৰচাৰ অভিযানেৰে উদ্ভাৱনৰ ২৬ বছৰ উদযাপন কৰিছে এল জি ইলেক্ট্ৰনিকছ ইণ্ডিয়াই

ৰোমাঞ্চকৰ প্ৰচাৰ অভিযানেৰে উদ্ভাৱনৰ ২৬ বছৰ উদযাপন কৰিছে এল জি ইলেক্ট্ৰনিকছ ইণ্ডিয়াই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8