নিউজ ডেস্কঃ অসম চৰকাৰৰ নগৰ আৰু দেশ পৰিকল্পনা বিভাগৰ উপ সঞ্চালক মঃ আলি আশ্ৰফক গুৱাহাটীৰ এখন ম’বাইল দোকানৰ পৰা ম’বাইল চুৰ কৰাৰ পিছত ধৰা পেলোৱা হৈছে৷
ব্যক্তিজনে ম’বাইল চুৰ কৰি থকা সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে সাতগাঁৱৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হয়৷ সেই এজাহাৰৰ ভিত্তিতেই আশ্ৰফক গ্ৰেপ্তাৰ কৰা হয়৷