• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ ১ কোটি টকাৰ ৰাজসাহায্য মুখ্যমন্ত্ৰীৰ

Manoranjan Majumder by Manoranjan Majumder
February 13, 2021
in অসম
1 min read
0
sarbananda sonowal
Share on FacebookShare on Twitter

অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ ৰাজসাহায্য বিতৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

১৩ ফেব্ৰুৱাৰীত জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে ।

প্ৰথম পৰ্যায়ত ১ কোটি টকা প্ৰদান কৰে চলচ্চিত্ৰ উদ্যোগলৈ।

৪৫খন পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবি, ৬খন তথ্যচিত্র আৰু ৪খন চুটি ছবিক সামৰি আঁচনিখনৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ দলে, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষা সুমন হাৰিপ্ৰিয়া, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি।

মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত কয়, ‘চিনেমাৰ এক অদ্ভুত শক্তি আছে,যিয়ে সমাজ সংস্কৰণ আৰু উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

চিনেমাৰ পৰা সমাজত ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ পৰে, বেয়াটো বাদ দি আমি ভালটো গ্ৰহণ কৰিব লাগে ।’

photo: headline8

Tags: assamese film industrycinemaSarbananda Sonowalসৰ্বানন্দ সোণোৱাল
Previous Post

প্ৰথমে হত্যা, তাৰ পিছত সিজাই খালে বন্ধুৰ মৃতদেহ

Next Post

এগৰাকী অভিনেত্ৰীৰ পাইজামাৰ মূল্য আপোনাৰ এটা লেপটপৰ সমান

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
priyanka chopra

এগৰাকী অভিনেত্ৰীৰ পাইজামাৰ মূল্য আপোনাৰ এটা লেপটপৰ সমান

vinai kumar saxena

পুনৰ ঠন ধৰি উঠিব পৰম্পৰাগত উদ্যোগে

FASTag

১৫ ফেব্ৰুৱাৰীৰ পৰা বাধ্যতামূলক ফাষ্টটেগ, অন্যথা ভৰিব দুগুণ জৰিমনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8