• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ধমক নহয়! এইবাৰ হেণ্ডকাফ লগালে লেডী সিংঘমে

নিউজ ডেস্ক by নিউজ ডেস্ক
May 6, 2022
in অসম, ক্ৰাইম
1 min read
0
ধমক নহয়! এইবাৰ হেণ্ডকাফ লগালে লেডী সিংঘমে
Share on FacebookShare on Twitter

পুনৰ চর্চাত অসমৰ লেডী সিংঘম তথা জোনমণি ৰাভা। শাসকীয় দলৰ বিধায়ক এগৰাকীক নীতি শিক্ষা দি চর্চালৈ অহা জোনমণি ৰাভা এইবাৰ চৰ্চালৈ আহিছে আন এটা বিষয়কলৈ। বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাৰ মহিলা শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত এছ.আই জোনমণি ৰাভাক বিয়া পাতিবলৈ মিছা পৰিচয়ৰ আশ্ৰয় লৈছিল এজন যুৱকে।

জোনমণি ৰাভাক বিয়া পাতিবলৈ নিজকে ONGC ৰ জনসম্পৰ্কৰক্ষী বিষয়া বুলি পৰিচয় দিছিল ৰাণা পগা’গ নামৰ যুৱকজনে। সেইমতে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল বিয়াৰ আলোচনা। কিন্তু হঠাৎ যুৱকজনৰ সকলো পৰিকল্পনাত লাগিল আউল। বিয়াৰ পূৰ্বেই ওলাই পৰিল যুৱকজনৰ প্ৰকৃত পৰিচয়।

বিভিন্ন কৌশলেৰে অপৰাধীক জালত পেলোৱা এছ আই জোনমণি ৰাভাৰ জালত পৰিল প্ৰৱঞ্চনাৰে বিয়া পাতিব বিচৰা ONGC ৰ ভুৱা বিষয়া ৰানা পগা’গ। জোনমনি ৰাভাৰ এজাহাৰৰ ভিত্তিত স্বামী হ’ব বিচৰা প্ৰৱঞ্চক যুৱকক অৱশেষত আটক কৰা হয়।

Previous Post

সুখ-সমৃদ্ধিৰ বাবে শীঘ্ৰেই পালন কৰক এই সমূহ নিয়ম

Next Post

লোকসভাৰ অধ্যক্ষৰ নামত সাংসদৰ পৰা ধন বিচাৰিলে দুৰ্বৃত্তই

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
Next Post
লোকসভাৰ অধ্যক্ষৰ নামত সাংসদৰ পৰা ধন বিচাৰিলে দুৰ্বৃত্তই

লোকসভাৰ অধ্যক্ষৰ নামত সাংসদৰ পৰা ধন বিচাৰিলে দুৰ্বৃত্তই

জুনত হ’ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

জুনত হ’ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8