• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১৫ ফেব্ৰুৱাৰীৰ পৰা অসম পুলিচ কনিষ্টবল পদৰ PST আৰু PET ৰ পৰীক্ষা

Manoranjan Majumder by Manoranjan Majumder
February 8, 2021
in অসম
1 min read
0
assam police
Share on FacebookShare on Twitter

অসম পুলিচ কনিষ্টবল পদৰ শাৰিৰীক মান পৰীক্ষা আৰু শাৰিৰীক দক্ষতা পৰীক্ষা(PST আৰু PET) ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।

পৰ্যায়ক্ৰমে পুনৰ অনুষ্ঠিত হ’ব এই পৰীক্ষা ।

প্ৰথম পৰ্যায়ত অসমৰ ১৫ খন জিলাত অনুষ্ঠিত হ’ব পৰীক্ষা।

অসম পুলিচৰ কনিষ্টবলৰ ২৩৯১(UB) আৰু ৪২৭১(AB) পদৰ বাবে অনুষ্ঠিত হ’ব এই শাৰিৰীক দক্ষতাৰ পৰীক্ষা।

Important Update:

The PST/PET for Assam Police AB/UB Constable Recruitment will be conducted afresh, in a phase-wise manner.

In the 1st phase, PST/PET will be held in the below mentioned Districts w.e.f 15-02-21. Admit cards will be downloadable from 10-02-21. pic.twitter.com/61MKugrTap

— Assam Police (@assampolice) February 8, 2021

ASSAM POLICE

উল্লেখ্য,পূৰ্বে ২০২০ চনৰ ২৪ আগষ্টত ৰাজ্যৰ ১৬ খন জিলাত অনুষ্ঠিত হৈছিল যদিও অসম চৰকাৰৰ নিৰ্দেশমৰ্মে স্থগিত ৰখা হৈছিল পৰীক্ষা।

Tags: AssamAssam PolicePST & PETঅসম পুলিচকনিষ্টবল
Previous Post

BREAKING: গুৱাহাটীৰ ‘আণ্ডাৰ ডগচ’ বাৰত জুই

Next Post

উত্তৰাখণ্ডৰ জলপ্ৰলয়ঃ বৰ্তমানেও সন্ধানহীন অসমৰ ৩ সন্তান

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
উত্তৰাখণ্ডৰ জলপ্ৰলয়ঃ বৰ্তমানেও সন্ধানহীন অসমৰ ৩ সন্তান

উত্তৰাখণ্ডৰ জলপ্ৰলয়ঃ বৰ্তমানেও সন্ধানহীন অসমৰ ৩ সন্তান

son-in-law

জীয়ৰীৰ খৱৰ ল'বলৈ অহা মাতৃক ভৰ্তি চিকিৎসালয়ত; জোঁৱাইৰ বিৰুদ্ধে এজাহাৰ দাখিল

কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে সাজু, কিন্তু AIUDFৰ লগত নহয়ঃ কমল কুমাৰ মেধি

কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে সাজু, কিন্তু AIUDFৰ লগত নহয়ঃ কমল কুমাৰ মেধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8