• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অনলাইনত উপলব্ধ হ’ব অসম ৰাজ্যিক চিৰিয়াখানাৰ টিকট

Manoranjan Majumder by Manoranjan Majumder
December 31, 2020
in অসম
1 min read
0
অনলাইনত উপলব্ধ হ’ব অসম ৰাজ্যিক চিৰিয়াখানাৰ টিকট
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ ক’ৰোনা মহামাৰী আৰু লকডাউনৰ বাবে মাৰ্চৰ পৰা বন্ধ হৈ থকা ‘অসম ৰাজ্যিক চিৰিয়াখানা’ আজিৰে পৰা দর্শনাৰ্থীৰ বাবে মুকলি কৰা হয় ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰে ৰাজ্যিক চিৰিয়াখানা ৷ উল্লেখ্য, পহিলা জানুৱাৰীত দর্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি নতুন নিয়ম বান্ধি দিছে চিৰিয়াখানা কৰ্তৃপক্ষই৷ এদিনত মাত্ৰ ১০০০ দর্শনাৰ্থীকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে চিৰিয়াখানাত৷ টিকেটৰ মূল্য পূৰ্বৰ ৩০টকাই ঠিক কৰা হৈছে যদিও ক’ভিডৰ বাবে অফলাইনযোগে টিকট লাভ কৰিব নোৱাৰিব ৷ কেৱল অনলাইনতহে উপলব্ধ হ’ব প্ৰৱেশৰ টিকেট ৷ www.assamstatezoo.inত উপলব্ধ হ’ব টিকেট ৷ উল্লেখযোগ্য যে লকডাউনৰ মাজতে চিৰিয়াখানালৈ কেইবাটিও নতুন জীৱ-জন্তু আহিল৷ যে মাকাও, কেংগেৰুকে ধৰি চিৰিয়াখানাত নতুন জীৱকুলৰ সংযোজন কৰা হৈছে চিৰিয়াখানাত ৷
বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানা মুকলি অনুষ্ঠানৰ মাজতে চিৰিয়াখানাক ব্যক্তিগতকৰণ নহয় বুলি মত প্ৰকাশ কৰে ৷ লগতে দীপৰ বিলৰ সংৰক্ষণ, সংবৰ্ধনৰ ব্যৱস্থাও গ্ৰহণ কৰি পৰ্যটকৰ আকৰ্ষণীয় ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ দীপৰ বিললৈ নামি অহা হাতীৰ সুৰক্ষাৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে শুক্লবৈদ্যই৷

Previous Post

লেহত মুকলি ভাৰতৰ সৰ্বোচ্চ বতৰ বিজ্ঞান কেন্দ্ৰ

Next Post

টেষ্ট ক্ৰিকেটত বিৰাট কোহলী আৰু ষ্টীভ স্মিথৰ ৰাজত্ব অন্ত পৰিল

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
টেষ্ট ক্ৰিকেটত বিৰাট কোহলী আৰু ষ্টীভ স্মিথৰ ৰাজত্ব অন্ত পৰিল

টেষ্ট ক্ৰিকেটত বিৰাট কোহলী আৰু ষ্টীভ স্মিথৰ ৰাজত্ব অন্ত পৰিল

২০২১ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’ ঘোষণা

২০২১ বৰ্ষৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’ ঘোষণা

ক’ৰোনাক্ৰান্ত  বিদায়ী  বছৰটোৰ চমু  ডায়েৰী

ক’ৰোনাক্ৰান্ত  বিদায়ী  বছৰটোৰ চমু  ডায়েৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8