• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভাল খবৰ! আজি মাজনিশাৰে পৰা দাম কমিব পেট্ৰল-ডিজেল-সুৰাৰ

Manoranjan Majumder by Manoranjan Majumder
February 12, 2021
in অসম
1 min read
0
petrol
Share on FacebookShare on Twitter

ৰাজ্যত হ্ৰাস পাব পেট্ৰল-ডিজেলৰ দাম ।

পেট্ৰল-ডিজেলৰ ওপৰত আৰোপিত ৫ টকাকৈ উপ কৰ বাতিল কৰিব ৰাজ্য চৰকাৰে ।

বিধানসভাত ঘোষণা কৰিলে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

আজি মাজনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ অসমত হ্ৰাস পাব পেট্ৰল-ডিজেলৰ দাম ।

ইয়াৰ উপৰি সুৰাৰ দামো হ্ৰাস পাব আজিৰে পৰা ।

সুৰাৰ ওপৰত আৰোপিত ২৫ শতাংশ উপ কৰ বাতিল কৰিছে ৰাজ্য চৰকাৰে ।

ভাৰতৰ ভিতৰতেই অসমত পেট্ৰলৰ মূল্য কম হ’ব বুলিও জানিবলৈ দিয়ে বিত্তমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য, ক’ভিড মহামাৰীৰ সময়ত পেট্ৰল-ডিজেল আৰু সুৰাৰ ওপৰত উপ কৰ আৰোপ কৰিছিল ৰাজ্য চৰকাৰে ।

Tags: AssamDieselHimanta Biswa SarmaliquorPetrol
Previous Post

পশ্চিমবংগত মমতাৰ খং; কিন্তু কিয়…?

Next Post

সুখবৰ; ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৯খনকৈ কেঞ্চাৰ হাস্পতাল

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
সুখবৰ; ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৯খনকৈ কেঞ্চাৰ হাস্পতাল

সুখবৰ; ৰাজ্যত নতুনকৈ স্থাপন হ’ব ৯খনকৈ কেঞ্চাৰ হাস্পতাল

Raijor Dol

অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ চলিছিল; আৰু এতিয়া যিকোনো মূহুৰ্ততে অখিলক পুনৰ হত্যাৰ চেষ্টা কৰা হ’ব পাৰেঃ ভাস্কডি শইকীয়া

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8