নিউজ ডেস্কঃ ভাৰতৰ ভিতৰত অসমত সৰ্বাধিক সুৰাপায়ী মহিলাৰ সংখ্যা। ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ২০১৯–২০ বৰ্ষৰ পৰিসংখ্যাত প্ৰকাশ পাইছে এই তথ্য।
তথ্য মতে, অসমৰ ১৫ৰ পৰা ২৯ বছৰৰ ভিতৰৰ ২৬.৩ শতাংশ মহিলাই সুৰাপান কৰে। ৰাষ্ট্রীয় পৰ্যায়ত এই সংখ্যা গড়ে ১.২ শতাংশ মাত্ৰ।
গোৱা, নাগালেণ্ড, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত সুৰাপান কৰা মহিলাৰ সংখ্যা মাত্ৰ ০.১ শতাংশ।