• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2023
in অসম, গুৱাহাটী, সংবাদ
1 min read
0
ৰাণীত ১৭৫ চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত ভোগালী বিহু উদযাপন
Share on FacebookShare on Twitter

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদৰ ক্ৰীড়া প্ৰকল্পৰ বাকৰিত ১৫ জানুৱাৰীত বিভিন্ন কাৰ্যসূচীৰে ভোগালী বিহুৰ লগত সংগতি ৰাখি মকৰ সংক্ৰান্তি, লহৰী, পুংগল আদি উৎসৱ উদযাপন কৰা হয়। সন্ধিয়া প্ৰতীকী ৰূপত নিৰ্মাণ কৰা এটা মেজিত যাবতীয় ৰীতি – নীতি আৰু পৰম্পৰাৰে পূজা অৰ্চনা কৰি অগ্নি প্ৰজ্বলনৰে উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৭৫ চি আৰ পি এফৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই মকৰ সংক্ৰান্তি উৎসৱ উদযাপন কৰাৰ তাৎপৰ্য দাঙি ধৰি কয় এই উৎসৱটোক অসমত ভোগালী বিহু, দক্ষিণ ভাৰতত পুংগল, পঞ্জাৱকে ধৰি কেবাখনো ৰাজ্যত লহৰী হিচাপে জনা যায়। অনুষ্ঠানত বাহিনীটোৰ চেকেণ্ড – ইন – কমাণ্ডদ্বয় কে এল ধীমান আৰু বিমল ৰাৱাট, ডেপুটী কমাণ্ডেণ্টদ্বয় আব্দুল ৰহিম আৰু ৰবি কুমাৰ শ্ৰীবাস্তবকে ধৰি কেবাজনো বিষয়া আৰু বহুসংখ্যক জোৱান উপস্থিত থাকে। ইয়াৰ উপৰিও অনুষ্ঠানৰ লগত সংগতি ৰাখি নিশা চৌহদত থকা বিষয়া আৰু জোৱানৰ মেছ সমূহত বৰাখানাৰ আয়োজন কৰা হয়।

Previous Post

খানামুখত পৰম্পৰাগত ভাৱে ভোগালী বিহু উদযাপন

Next Post

জালুকবাৰীৰ পদুমবৰীত ‘যিমান পাৰা সিমান নিয়া’ খাদ্য বিপনী মুকলি

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
জালুকবাৰীৰ পদুমবৰীত ‘যিমান পাৰা সিমান নিয়া’ খাদ্য বিপনী মুকলি

জালুকবাৰীৰ পদুমবৰীত 'যিমান পাৰা সিমান নিয়া' খাদ্য বিপনী মুকলি

মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা

মালিগাঁও বৰিপাৰাত অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8