নিউজ ডেস্কঃ বিপিএফৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে৷
দলীয় মুৰব্বী হাগ্ৰামা মহিলাৰীলৈ পত্ৰ প্ৰেৰণ কৰি দলৰ কাৰ্যকৰী সভাপতি পদৰ পৰাও ইস্তাফা দিলে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।
অতি শীঘ্ৰেই বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা দৈমাৰীৰ।