• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আইন হাতত তুলি লোৱা বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাক ভৰ্ৎসনা চিপিআই(এম)ৰ

Manoranjan Majumder by Manoranjan Majumder
August 1, 2020
in অসম
1 min read
0
padma
Share on FacebookShare on Twitter

গুৱাহাটীঃ চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাট অঞ্চলৰ চকীঘাটত এটা ভূমি বিবাদক কেন্দ্ৰ কৰি বিধায়ক পদ্ম হাজৰিকাই ৰাজপথত মাৰণাস্ত্ৰলৈ ঘূৰি ফুৰা কাৰ্যত চিপিআই(এম)অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । এক বিবৃতিত দলটোৰ সম্পাদক দেবেন ভট্টাচাৰ্যই কয় যে – বিবদমান অঞ্চলত বিধায়ক গৰাকীয়ে পুলিচ-প্ৰশাসনৰ সন্মুখতে মুকলিকৈ অস্ত্ৰ কঢ়িয়াই লৈ ফুৰা দেখিবলৈ পোৱা গৈছে। এইদৰে সকলো নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই বিধায়ক হাজৰিকাই আইন নিজৰ হাতত তুলি লোৱাটো গৰ্হিত কাৰ্য বুলি সদৰী কৰিছে ভট্টাচাৰ্যই। চিপিআই(এম)ৰ সুচিন্তিত অভিমত হ’ল বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কোনো ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা উচিত নহয়।কালি চতিয়া সমষ্টিৰ অন্তৰ্গত অঞ্চলটোত হোৱা উত্তেজনা আৰু সংঘাতৰ বাবে দায়ীসকলক চিনাক্ত কৰি যথাযথ ব্যৱস্থা গ্ৰহণ কৰাটো পুলিচ-প্ৰশাসনৰ দায়িত্ব। কিন্তু চৰকাৰে ইয়াৰ পৰিৱৰ্তে শাসক দলৰ স্থানীয় বিধায়ক গৰাকীক আইন হাতত তুলি ল’ব দিব নোৱাৰে। ইয়াৰ পূৰ্বেও এইগৰাকী বিধায়কে আইন-কানুন উলংঘা কৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে।চিপিআই(এম)অসম ৰাজ্যিক কমিটিয়ে আইন-শৃংখলা ভংগৰ অভিযোগত বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

 

Previous Post

এসময়ৰ দুৰ্দান্ত ৰাষ্ট্ৰীয় ফুটবলাৰৰ চকুত চকুপানী কিয়?

Next Post

ৰাজ্যিক চিৰিয়াখানাত উৰুলি দিয়ালে কোনে?

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
Next Post
parimal

ৰাজ্যিক চিৰিয়াখানাত উৰুলি দিয়ালে কোনে?

deepar

ৰাণী বনাঞ্চলৰ প্ৰতি বনবিভাগৰ ঊৰ্দ্ধতম কৰ্তৃপক্ষৰ অৱহেলা

Kaziranga

বানপানীৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে কাজিৰঙা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8