• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সাংবাদিকৰ সৈতে মত বিনিময় কৰিলে ৰাজ্যিক বি জে পিৰ সভাপতিয়ে

Manoranjan Majumder by Manoranjan Majumder
January 1, 2021
in অসম
1 min read
0
anti caa activist join BJP
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ নৱবৰ্ষৰ পহিলা দিনা বি জে পি ৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাংবাদিকসকলৰ লগত এক মত বিনিময় অনুষ্ঠানত মিলিত হয়।ৰঞ্জিত দাসে মাহেকীয়া অসমীয়া বি জে পি বাৰ্তা উন্মোচন কৰে। তেওঁ কয় সাংবাদিক সকলে যি দুখ কষ্ট নেওচি ৰাইজৰ আগত যি ধৰণে বাতৰিৰ যোগান ধৰি আহিছে তাৰ বাবে সাংবাদিকসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁলোকৰ দীৰ্ঘায়ু  কামনা কৰে।সংবাদ মাধ্যমৰ মাজত থকা ভুলবোৰ পৰিহাৰ কৰি এক নতুন খোজেৰে আগবাঢ়িব লাগিব।২০২১ চনটো অসমৰ বাবে এক মূল্যৱান বছৰ। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছে সভাপতিয়ে।

অসমৰ ৰাইজে বি জে পি ক আঁকোৱালি লৈছে সেইকথা তেওঁ বি জে পি কৰ্মকৰ্তা হিচাপে নহয় সাধাৰণ নাগৰিক হিচাপে কৈছে বুলি ব্যক্ত কৰে। ১০০% কাম কৰিব পৰা নাই, কেতিয়াবা কিছুমান কাম মেৰপাকত সোমাই ৰৈ যায়।নাগৰিকঞ্জীখনো আইনী মেৰপাকত সোমাই আধৰুৱা হৈ থাকিল।ঠিক তেনেদৰে আৰু বহু কাম তেনে কিছুমান মেৰপাকত সোমাই সম্পূৰ্ণ নোহোৱাকৈ থাকি গল। ২০২১ চনতো অসমৰ ৰাইজে বি জে পি দলক নিৰ্বাচনত জয়ী কৰাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

Previous Post

আধ্যাত্মিক কাৰ্য-কলাপেৰে আৰম্ভ কৰিলে ইংৰাজী নতুন বৰ্ষটো

Next Post

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

নৱবৰ্ষত গ্ৰাহকলৈ বাম্পাৰ অফাৰ কঢ়িয়াই আনিছে জিঅ’-ই

নৱবৰ্ষত গ্ৰাহকলৈ বাম্পাৰ অফাৰ কঢ়িয়াই আনিছে জিঅ’-ই

দৰিদ্ৰলৈ সুলভ মূল্যৰ ঘৰ উপহাৰ; মোদীয়ে ক’লে- আগতে টকা দিলেও পোৱা নাছিল ঘৰ

দৰিদ্ৰলৈ সুলভ মূল্যৰ ঘৰ উপহাৰ; মোদীয়ে ক'লে- আগতে টকা দিলেও পোৱা নাছিল ঘৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8